ভৱানীপুৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"লিখক: গোপালদেৱ (১৫৪১-১৬১১) গীত ৷৷ ৰাগ শ্ৰীগান্ধাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
১ নং শাৰী:
{{header
লিখক: গোপালদেৱ (১৫৪১-১৬১১)
| title = ভৱানীপুৰীয়া
| author = গোপালদেৱ
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia = গোপালদেৱ
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
 
:::'''গীত৷৷'''
গীত
<poem>
 
৷৷ ৰাগ শ্ৰীগান্ধাৰ ৷৷যতি
 
আহে শুন মধুকৰ হে
 
বুজলো তোহাৰ অভিপ্ৰায় ৷
 
হামাৰি পাশক দূত কৰি তোক ষটপদ ৰে
 
জানলোহো পঠাইলা মধাই ৷৷
 
:::'''পদ ৷৷'''
তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে
 
কপটী তাহেৰ সম নাই ৷
 
তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে
 
পুষ্প চুম্পি নাস ৰে দুনাই ৷৷
 
সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে
 
পৰশিৰি নাহি মোৰ পাই ৷
 
গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল
 
দীন গোপাল গুণ গাই ৷৷
 
:::'''ঘোষা'''
 
মাধৱ মাধৱ প্ৰাণ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মাধৱ মাধৱ আত্মা
 
মাধৱ মাধৱ গুৰু ইষ্ট ৷
Line ৮৫ ⟶ ৯৮:
হেনয় জগত-গুৰু তোমাৰ চৰণ দুই
 
অনুদিনে প্ৰণামো সদায় ৷৷সদায়॥
</poem>