পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আহােম ৰজাৰ ৰাজত্ব সিন্ধু নদ পাৰ হৈ আহি পাব জয় কৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
সমস্যাজৰ্জৰ
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
<center>আহােম ৰজাৰ ৰাজত্ব</center>
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
আহােম ৰজাৰ ৰাজত্ব
সিন্ধু নদ পাৰ হৈ আহি পাব জয় কৰে। অৰ্গদেৱ চুকাফাৰ সৌমাৰৰ শাসন-কালত,
সিন্ধু নদ পাৰ হৈ আহি পাব জয় কৰে। অৰ্গদেৱ চুকাফাৰ সৌমাৰৰ শাসন-কালত,
দিল্লীত দাসবংশী আন্টমাচ, কামুদ্দিন, ৰেজিয়া, ব্রেহাম, আলাউদ্দিন, নাজিৰুদ্দিন, বুলবন
দিল্লীত দাসবংশী আন্টমাচ, কামুদ্দিন, ৰেজিয়া, ব্রেহাম, আলাউদ্দিন, নাজিৰুদ্দিন, বুলবন
১১ নং শাৰী: ১০ নং শাৰী:
আধিপত্য বিস্তাৰ হবলৈ ধৰে, আৰু আলাউদ্দিনৰ সেনাপতি কাফুৰে কৰ্ণাট, মালােৱা,
আধিপত্য বিস্তাৰ হবলৈ ধৰে, আৰু আলাউদ্দিনৰ সেনাপতি কাফুৰে কৰ্ণাট, মালােৱা,
দেবগিৰি এইবােৰ ৰাজ্য জয় কৰি মুছলমানৰ দখললৈ আনে।
দেবগিৰি এইবােৰ ৰাজ্য জয় কৰি মুছলমানৰ দখললৈ আনে।

১ম, বিষয়াত-শাসন
<center>'''১ম, বিষয়াতন্ত্ৰ-শাসন'''</center>
| চুতুফা স্বৰ্গদেৱে চুটিয়া ৰা আক্ৰমণ আৰু মন্ত্রীসকলৰ ইচ্ছা-বিৰােধী আন ভালেমান
{{gap}}চুতুফা স্বৰ্গদেৱে চুটিয়া ৰা আক্ৰমণ আৰু মন্ত্রীসকলৰ ইচ্ছা-বিৰােধী আন ভালেমান
কাৰ্য কৰি ৰাজ্যত অন্যায়-উপদ্ৰৱ কৰাৰ কাৰণে, মন্ত্রী আৰু বিষয়াসকল তেওঁৰ ওপৰত
কাৰ্য কৰি ৰাজ্যত অন্যায়-উপদ্ৰৱ কৰাৰ কাৰণে, মন্ত্রী আৰু বিষয়াসকল তেওঁৰ ওপৰত
অতিশয় অসন্তুষ্ট হৈছিল। সেইবাবে ৰাজক্টোৱৰসকলৰ ক্ষমতাত আশঙ্কা মানি, মন্ত্রীসকলে
অতিশয় অসন্তুষ্ট হৈছিল। সেইবাবে ৰাজক্টোৱৰসকলৰ ক্ষমতাত আশঙ্কা মানি, মন্ত্রীসকলে
১৮ নং শাৰী: ১৮ নং শাৰী:
কৰিবলৈ মন কৰিছিল। সেই পাঁচ বছৰ ৰজাৰ উৰি নথকাত, শাসনৰ বাৰু চিলা হৈ,
কৰিবলৈ মন কৰিছিল। সেই পাঁচ বছৰ ৰজাৰ উৰি নথকাত, শাসনৰ বাৰু চিলা হৈ,
ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল।
ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল।

বৰ্গদেৱ ত্যাশামুখি
<center>'''স্বৰ্গদেৱ ত্যাওখামথি'''</center>
ওপৰত কোৱা পাঁচ বছরকাল বিষয়- শাসনৰ পাচত, মন্ত্রী আৰু আন-আন
{{gap}}ওপৰত কোৱা পাঁচ বছরকাল বিষয়- শাসনৰ পাচত, মন্ত্রী আৰু আন-আন
বিষয়া সকলােৱে মিল হৈ, চুংফা বৰ্গদেৱৰ সৰু-মাজিউ পুতেক ভ্যাওখামণি
বিষয়া সকলােৱে মিল হৈ, চুংফা বৰ্গদেৱৰ সৰু-মাজিউ পুতেক ভ্যাওখামণি
কোঁৱৰক, ঐ: ১৩৮• চনত, ককায়েকৰ সিংহাসনত তুলি ৰজা পাতি লয়। পিছে,
কোঁৱৰক, ঐ: ১৩৮• চনত, ককায়েকৰ সিংহাসনত তুলি ৰজা পাতি লয়। পিছে,