পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২৫ ১ম দৃশ্য ] কৃষ্ণ লীলা নন্দ। ৰাজ চক্ৰবৰ্তী কংস ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:৩১, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫ ১ম দৃশ্য ] কৃষ্ণ লীলা নন্দ। ৰাজ চক্ৰবৰ্তী কংস মহাবাজ নিজে, আমি ক্ষুদ্ৰ গোপব মোড়ল তলতীয়া ৰাজকৰ দাতা। প্ৰভু অজ্ঞা নোৱাৰিলে অবজ্ঞা কৰিব। ব্ৰজধাম শূন্য কৰি অন্ধৰ লাখুটি দুটি তোমাৰ লগত যাব। ৰজাক জনাবা মোৰ নমস্কাৰ স্তুতি শীঘ্ৰে যেন ওটাই আনি ৰাম কানু ব্ৰজপ্ৰাণ বক্ষা কৰাহে অজুড়। ১ম গোপবালক। (গোপবালকবিলাকে গাৰ ) অ ভাই কানাই ' ভাই বলাই আমাক এৰি কেনি যোৱা ভাই। বাতিপুৱা উঠি মোহন মুবতি শিঙ্গ৷ বেণু সহ তোমালোক দুটি লৈ যাও আমি গোঠলৈ, হে কৃষঃ হে কৃষ্ণ গোপিনীয়ে গায়, ধেনু ডামুৰীয়ে তোমালৈ চায় আনন্দে লোতক চকুৰে বোৱাই, ব্ৰজৰ পথাৰ বঙ্গে ভাহিযায়, সকলোকে এৰি যাবা গৈ। ২য় গোপবালক। প্ৰাণব কনিাই মুবতি মোহন হাঁহি ভৰা মুখ কমললোচন তোমাক নেদেখি জীম কেনেকৈ অজি ব্ৰধাম যাব শূন্য হৈ আমাকো লগতে নিয়া হে।