পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৫ম দৃশ্য ]। কৃষ্ণ লীলা ৰাজ চৰণত। কিন্তু কৃষ্ণ বলাে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৫ম দৃশ্য ]।
৫ম দৃশ্য ]।
কৃষ্ণ লীলা
কৃষ্ণ লীলা
ৰাজ চৰণত। কিন্তু কৃষ্ণ বলােৰাম
ৰাজ চৰণত। কিন্তু কৃষ্ণ বলোৰাম
নহলে নিজীব মহিষী যশােদা মােৰ
নহলে নিজীব মহিষী যশোদা মোৰ
ব্রজবাসী নিগমে মৰিম কৃষ্ণ বিনা।
ব্ৰজবাসী নিগমে মৰিম কৃষ্ণ বিনা।
যশােদা। অকুড়, কিৰূপে জানিবা কিবা।
যশোদা। অকুড়, কিৰূপে জানিবা কিবা।
উপাদানে গঢ়া মাতৃ হৃদয়। ৰাতি পুৱা
উপাদানে গঢ়া মাতৃ হৃদয়। ৰাতি পুৱা
হলে ভৈৰবী সুৰত মোহন ৰাগিনী গাই
হলে ভৈৰবী সুৰত মোহন ৰাগিনী গাই
গােপ শিশু জাকে জগায়হি প্রাণকৃষ্ণ।
গোপ শিশু জাকে জগায়হি প্ৰাণকৃষ্ণ।
শুনি সেই প্রভাতী মঙ্গল গীত উঠে
শুনি সেই প্ৰভাতী মঙ্গল গীত উঠে
পাটি এৰি প্ৰাণৰ গােপালে। তাৰ পাছে
পাটি এৰি প্ৰাণৰ গোপালে। তাৰ পাছে
আধা মেলা মােহন চকুৰে শ্যাম তনু
আধা মেলা মোহন চকুৰে শ্যাম তনু
খনি আনি এঙ্গামুৰিয়াই মূৰটো
খনি আনি এঙ্গামুৰিয়াই মূৰটো
কোলাতথৈ মােৰ মুখলৈ চাই, আই, আই
কোলাতথৈ মোৰ মুখলৈ চাই, আই, আই
বুলি সম্বােধে যেতিয়া জগৎ পাহৰি যাওঁ।
বুলি সম্বোধে যেতিয়া জগৎ পাহৰি যাওঁ।
গধুলি গােপাল গৰু চৰা শেষ হলে,
গধুলি গোপাল গৰু চৰা শেষ হলে,
ধূলি ধুসৰিত হৈ আহিলে উভটি
ধূলি ধুসৰিত হৈ আহিলে উভটি
সুগন্ধি পানীৰে ধুই দিও শ্রীঅঙ্গ।
সুগন্ধি পানীৰে ধুই দিও শ্ৰীঅঙ্গ।
নিশা হলে মােৰ বুকুতেই মূৰ থৈ
নিশা হলে মোৰ বুকুতেই মূৰ থৈ
কত কথা কৈ কৈ শােৱে মােৰ প্ৰাণৰ
কত কথা কৈ কৈ শোৱে মোৰ প্ৰাণৰ
গােপালে। কেনেকৈ জীম মই বিন প্রাণ
গোপালে। কেনেকৈ জীম মই বিন প্ৰাণ
কানু।.
কানু।.
(কৃষ্ণ বলােৰামৰ প্রবেশ )
(কৃষ্ণ বলোৰামৰ প্ৰবেশ )
নন্দ। ৰাম কানু কৰা আহি নমস্কাৰ বীৰ
নন্দ। ৰাম কানু কৰা আহি নমস্কাৰ বীৰ
অকুড়ক। সম্বন্ধত মামা হৱ তেওঁ।
অকুড়ক। সম্বন্ধত মামা হৱ তেওঁ।