পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৩ নং শাৰী: ১৩ নং শাৰী:
গৰ্ব্ব কৰি কয় বিনাশিবো সৰ্ব্বজন॥
গৰ্ব্ব কৰি কয় বিনাশিবো সৰ্ব্বজন॥
এতেক শুনিয়া কুৰুপতি দুৰ্য্যোধন।
এতেক শুনিয়া কুৰুপতি দুৰ্য্যোধন।
কৃপাচাৰ্য্য মুখ চাই কহ বচন॥
কৃপাচাৰ্য্য মুখ চাই কহয় বচন॥
শীঘ্ৰগতি জল আনি দিয়া মহামতি।
শীঘ্ৰগতি জল আনি দিয়া মহামতি।
আজি গুৰু পুত্ৰে দেখো কৰি সেনাপতি॥
আজি গুৰু পুত্ৰে দেখো কৰি সেনাপতি॥
১৯ নং শাৰী: ১৯ নং শাৰী:
কৃতবৰ্ম্মা সহ কৃপ কৰিলে গমন॥
কৃতবৰ্ম্মা সহ কৃপ কৰিলে গমন॥
জল অন্বেষণ হেতু আন্ধাৰ নিশাত।
জল অন্বেষণ হেতু আন্ধাৰ নিশাত।
বহুঠাই বিচাৰিয়া নেপালে তথতি॥
বহুঠাই বিচাৰিয়া নেপালে তথাত॥
</poem>}}
</poem>}}