পৃষ্ঠা:সূতিকা পটল.djvu/৬২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰসৱৰ তৃতীয় অৱস্থা, পােৱাতিৰ শুশ্রুষা। বিনােদ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
প্ৰসৱৰ তৃতীয় অৱস্থা,
{{center|{{Xxx-larger|প্ৰসৱৰ তৃতীয় অৱস্থা,}}}}
পােৱাতিৰ শুশ্রুষা।
{{center|{{Xxx-larger|পােৱাতিৰ শুশ্রূষা।}}}}

বিনােদিনী বােলে কি হয়, এতক্ষণে ফুল নপড়,
{{Block center|<poem>বিনােদিনী বােলে কিবা হয়,{{gap|2em}} এতক্ষণে ফুল নপড়য়,
চিন্তাতে আকুল লক্ষ্মী ভৈল মােৰ মন।
{{gap|3em}}চিন্তাতে আকুল লক্ষ্মী ভৈল মােৰ মন।
কী বােলে তুমি ভাবা কিবা, উদৰৰ হাত নুতুলিবা,
লক্ষ্মী বােলে তুমি ভাবা কিবা, {{gap|2em}}উদৰৰ হাত নুতুলিবা,
ফুল পড়িবাৰ আছে মাত্র অল্পক্ষণ।
{{gap|3em}}ফুল পড়িবাৰ আছে মাত্র অল্পক্ষণ॥
বিনােদিনী বোলে আছে হাত, অন্যথা নকৰে। কিছুতাত,
বিনােদিনী বোলে আছে হাত,{{gap|2em}} অন্যথা নকৰোঁ কিছুতাত,
বুলিব মানে নুতুলিবো কদাচিত।
{{gap|3em}}নুবুলিবা মানে নুতুলিবোঁ কদাচিত।
প্ৰসৱৰ ভৈল বহুকাল, নপড়িলে ফুল নেহে ভাল,
প্ৰসৱৰ ভৈল বহুকাল, {{gap|2em}}নপড়িলে ফুল নোহে ভাল,
তোমত কি মিছা, অন্তৰে হইছে। ভীত।
{{gap|3em}}তোমাত কি মিছা, অন্তৰে হইছোঁ ভীত॥
প্রদৱৰ অল্পক্ষণ পাছে, দেখে ফুল নপড়িয়া আছে,
প্রসৱৰ অল্পক্ষণ পাছে, {{gap|2em}}দেখে ফুল নপড়িয়া আছে,
আচৰণী হাত প্রবেশাই অনে টানি।
{{gap|3em}}আচৰণী হাত প্রবেশাই আনে টানি।
যি কৰা উচিত তাকে কৰা, কিন্তু মােৰ ইতো যুক্তি ধৰা,
যি কৰা উচিত তাকে কৰা, {{gap|2em}}কিন্তু মােৰ ইতো যুক্তি ধৰা,
শীঘ্ৰে ফুল পড়িবাৰ কাৰ্য কৰা জানি।
{{gap|3em}}শীঘ্ৰে ফুল পড়িবাৰ কাৰ্য্য কৰা জানি।
বােলে কিন্তু সর্বনাশ, কথা শুনিলাত আসে হাস,
লক্ষ্মী বােলে কিনু সর্ব্বনাশ, {{gap|2em}}কথা শুনিলাত আসে হাস,
পােৱাতিক হত্যা কৰিবা বােলা মােক।
{{gap|3em}}পােৱাতিক হত্যা কৰিবাক বােলা মােক।
ফুল টানি আনা মহাভয়, তাতো বহু ৰক্তস্রাব হয়,
ফুল টানি আনা মহাভয়,{{gap|2em}} তাতো বহু ৰক্তস্রাৱ হয়,
নকৰে সংশয় কেৱলে অন্যানী লোক।
{{gap|3em}}নকৰে সংশয় কেৱলে অন্যানী লোক॥
ওঁৰ ভিতৰে নিয়া হাত, জৰায়ুত কৰে নখাঘাত,
গৰ্ভৰ ভিতৰে নিয়া হাত,{{gap|2em}} জৰায়ুত কৰে নখাঘাত,
ফুলৰ কিঞ্চিত ছিঙি থাকে জৰায়ুত।
{{gap|3em}}ফুলৰ কিঞ্চিত ছিঙি থাকে জৰায়ুত।
যদি হেরে ইতো বিসঙ্গতি, তেন্তে নাই আৰ ৰক্ষাগতি,
যদি হোৱে ইতো বিসঙ্গতি,{{gap|2em}} তেন্তে নাই আৰ ৰক্ষাগতি,
সুতিকা অবত পাৱে কষ্ট অদভূত ।
{{gap|3em}}সুতিকা জ্ববত পাৱে কষ্ট অদভূত।
</poem>}}