পৃষ্ঠা:সূতিকা পটল.djvu/৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সূতিকা পটল। প্ৰসৱৰ দ্বিতীয় অৱস্থা আৰু শিশু ভূমি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৩২|সূতিকা পটল৷|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

সূতিকা পটল।
প্ৰসৱৰ দ্বিতীয় অৱস্থা আৰু শিশু
{{center|{{Xx-larger|প্ৰসৱৰ দ্বিতীয় অৱস্থা আৰু শিশু}}}}
ভূমিত পৰি ঘনশ্বাস কাঢ়িব
{{center|{{Xx-larger|ভূমিত পৰি ঘনশ্বাস কাঢ়িব}}}}
ধৰিলে যি যি কৰিব লাগে
{{center|{{Xx-larger|ধৰিলে যি যি কৰিব লাগে}}}}
সেই সেই কথা।
{{center|{{Xx-larger|সেই সেই কথা।}}}}

প্ৰসৱৰ সময় কর্তব্য।
{{center|⸺⸺}}
পুনৰপি মােহিনীক লক্ষ্মী পৰীক্ষিলা।

বাম কক্ষ অধঃ ৰাখি * শুৱাইব দিল ।
{{center|'''প্ৰসৱৰ সময় কর্ত্তব্য।'''}}

{{Block center|<poem>পুনৰপি মােহিনীক লক্ষ্মী পৰীক্ষিলা।
বাম কক্ষ অধঃ ৰাখি * শুৱাইব দিল॥
হইল জৰায়ু মুক্ত হােৱা সাৱধান।
হইল জৰায়ু মুক্ত হােৱা সাৱধান।
প্ৰসৱৰ আছে কাল অল্প কিছু মান।
প্ৰসৱৰ আছে কাল অল্প কিছু মান॥
বিনােদিনী বেলে তােৰ কাণ্ড আচৰিত।
বিনােদিনী বোলে তােৰ কাণ্ড আচৰিত।
সাধাৰণ জনৰ সম্পূর্ণ বিপরীত।
সাধাৰণ জনৰ সম্পূর্ণ বিপৰীত॥
অন্তে বল দিয়াৱে পােৱাতি বহুৱাই
অন্যে বল দিয়াৱে পােৱাতি বহুৱাই৷
তােৰ কিয় মনত হেনয় বুদ্ধি নাই।
তােৰ কিয় মনত হেনয় বুদ্ধি নাই॥
লমী বােলে ময়ো দেখি শুনি আছে আক।
লক্ষ্মী বােলে ময়ো দেখি শুনি আছোঁ আক।
পােৱাতিক বােলে উৰু দাঙি বহিবাক।
পােৱাতিক বােলে উৰু দাঙি বহিবাক॥
আৰু বােলে পৰ্যমাণে বল দিয়া দিয়া।
আৰু বােলে পাৰ্য্যমাণে বল দিয়া দিয়া।
দু:খ দেখি পােৰাতিৰ মােৰ ফাটে হিয়া।
দু:খ দেখি পােৰাতিৰ মােৰ ফাটে হিয়া॥
দেখা দিতো কত বড় বিষৰ বিষয়।
দেখা দিতো কত বড় বিঘ্নৰ বিষয়।
শিশুৰ মস্তক যদি ভূমিত পড়ায় ।
শিশুৰ মস্তক যদি ভূমিত পড়য়॥</poem>}}

বাম * অ ৰাখি-বাও ফালে কাটি কবি।
{{center|⸻⸺⸻⸺⸻⸺}}

* বাম কক্ষ অধঃ ৰাখি—বাওঁ ফালে কাটি কৰি।