পৃষ্ঠা:সূতিকা পটল.djvu/৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২৮ সূতিক পটল । জলভাঙাত বিপাক। গর্ভে সন্তানৰ যি ভা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২৮|সূতিকা পটল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|'''জলভাঙাত বিপাক।'''}}
২৮

সূতিক পটল ।
{{Block center|<poem>গর্ভে সন্তানৰ যি ভাগত বাসস্থান।
জলভাঙাত বিপাক।
জৰায়ু তাহাৰ নাম শাস্ত্ৰৰ বিধান॥
গর্ভে সন্তানৰ যি ভাগত বাসস্থান।
সিতো জৰায়ুৰ দ্বাৰ মুক্ত নোহােৱাতে।
জৰায়ু তাহাৰ নাম শাস্ত্ৰৰ বিধান।
ভাঙে যদি জল, বহু ভয় আছে তাতে॥
সিতে। জৰায়ুৰ দ্বাৰ মুক্ত নোহােৱাতে ।
প্রসৱতো বিলম্ব প্রসূতি পাৱে কষ্ট।
ভাঙে যদি জল, বহু ভয় আছে তাতে।
সি কাৰ্য্যত প্রায়শ সন্তান হয় নষ্ট॥
প্রসৱতে বিলম্ব প্রসূতি পাৱে কষ্ট।
পূৰ্ব্বে কহি আছোহোঁ মনত আছে নাই।
সি কাৰ্য্যত প্রায়শ সন্তান হয় নষ্ট।
আগে জল ভাঙিলত মস্তক নোলাই॥
পূৰ্ব্ব কহি আছোহে। মনত আছে নাই।
হস্তাদি ওলাই থঘোৰ বিপদ ঘটয়।
আগে জল ভাঙিলত মশুক মােলাই।
ইতো কথা নিশ্চয় নিশ্চয় সুনিশ্চয়॥</poem>}}
হাদি ওলাই থােৰ বিপদ ঘটয়।
{{center|⸺⸺}}
ইতো কথা নিশ্চয় নিশ্চয় সুনিশ্চয় ।

গৰ্ভত হাত দিব লাগিলে।
{{center|'''গৰ্ভত হাত দিব লাগিলে।'''}}
জৰায়ুৰ দাৰ দেখিবাৰ প্রয়োজনে।

ভৰ ভিতৰে হত দিয়ে যিতােজনে ।
{{Block center|<poem>জৰায়ুৰ দ্বাৰ দেখিবাৰ প্রয়োজনে।
গৰ্ভৰ ভিতৰে হস্ত দিয়ে যিতােজনে॥
হাতৰ নখৰ ধাৰ নিধাৰ কৰিব।
হাতৰ নখৰ ধাৰ নিধাৰ কৰিব।
তৰ পাছে গর্ভিণীৰ গর্ভে হাত দিব ।
তাৰ পাছে গর্ভিণীৰ গর্ভে হাত দিব॥
দিব কিন্তু সাৱধানে দিবেক তথাপি।
দিব কিন্তু সাৱধানে দিবেক তথাপি।
জলাধাৰে নখ যেন নেলাগে কদাপি।
জলাধাৰে নখ যেন নেলাগে কদাপি॥</poem>}}
{{center|⸺⸺}}
শীঘ্র প্রসৱৰ উপায়।

আৰো পুনঃ পুনঃ ময় কৰে সাৱধান
{{center|'''শীঘ্র প্রসৱৰ উপায়।'''}}
অন্য ভাব এৰি ই কথাত দিযা কাণ

{{Block center|<poem>আৰো পুনঃ পুনঃ ময় কৰোঁ সাৱধান
অন্য ভাব এৰি ই কথাত দিয়া কাণ</poem>}}