পৃষ্ঠা:সূতিকা পটল.djvu/৪১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সৃতিক পটল। ২৭ বিনোদিনী বােলে যদি ভাঙিলেক জল। দ্ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সূতিকা পটল।|২৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>বিনোদিনী বােলে যদি ভাঙিলেক জল।
সৃতিক পটল।
দ্বিতীয় অৱস্থা পক্ষে প্রমাণ প্রবল॥
২৭
লক্ষ্মী বােলে ইতো সত্য কিন্তু কদাচিত৷
বিনোদিনী বােলে যদি ভাঙিলেক জল।
নভাঙয় জল কাৰো হেন আচৰিত॥</poem>}}
দ্বিতীয় অৱস্থা পক্ষে প্রমাণ প্রবল।

লক্ষ্মী বােলে ইতো সত্য কিন্তু কদাচিত
{{center|⸻⸻}}
নভায় কাল কাৰৰ হেন আচৰিত ।

জল নভাঙি
{{center|'''জল নভাঙি'''}}
আধাৰ সমম জন্ম।
জলৰ আধাৰ সমে প্রসৰয় সুত।
{{center|'''আধাৰ সমে জন্ম।'''}}

দেখিছে। প্রত্যক্ষ নাবিবা অদভুত।
{{Block center|<poem>জলৰ আধাৰ সমে প্রসৱয় সুত।
তাতাে বালকৰ জীবন হানি নাই ।
দেখিছোঁ প্রত্যক্ষ নভাবিবা অদভুত॥
কি কৰে কি হৈল বুলি নথাকিব চাই ।
তাতাে বালকৰ জীবনৰ হানি নাই ।
কি কৰোঁ কি হৈল বুলি নথাকিব চাই॥
অতি শীঘ্র বালকক মুক্ত কৰি লব।
অতি শীঘ্র বালকক মুক্ত কৰি লব।
বিলম্ব কৰিলে জীৱনৰ হানি হব।
বিলম্ব কৰিলে জীৱনৰ হানি হব॥
মুক্ত কৰিবাৰে অন্য চিন্তা নকৰিব।
মুক্ত কৰিবাৰো অন্য চিন্তা নকৰিব।
হস্ত দিয়া চর্ম থলি বতনে ছিড়িব ।
হস্ত দিয়া চর্ম থলি যতনে ছিড়িব॥
কিংবা সাৱধানে অস্ত্র দ্বাৰা ফালি সব।
কিংবা সাৱধানে অস্ত্র দ্বাৰা ফালি লব।
অস্ত্র চালনত অতি সাবধান হব ।
অস্ত্র চালনত অতি সাবধান হব॥
বালকৰ অৰে অস্ত্র যেন নগয়।
বালকৰ অঙ্গে অস্ত্র যেন নলাগয়।
সেই পক্ষে সতত ৰাখিব মনে ভয়।
সেই পক্ষে সতত ৰাখিব মনে ভয়॥
বালক নেদেখি তাত অনভিজ্ঞ মনে।
বালক নেদেখি তাত অনভিজ্ঞ জনে।
ফেলাব পায় অপদার্গ জানি মনে ।
ফেলাব পাৰয় অপদার্থ জানি মনে॥
তাৰ মধ্যে সজীব সানি ফেলাইল।
তাৰ মধ্যে সজীব সন্তান ফেলাইল।
যেন স্বর্ণ প্রতিমা বিসর্জন দিল।
যেন স্বর্ণ প্রতিমাক বিসর্জ্জন দিল॥</poem>}}

{{center|⸺⸺}}