পৃষ্ঠা:Bilati Pitha.pdf/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

টোপনিয়াই থকা দেখি ৰন্ধা-বঢ়া বস্তুবোৰ লুকুৱাই থৈ তাৰ লগত
টোপনিয়াই থকা দেখি ৰন্ধা-বঢ়া বস্তুবোৰ লুকুৱাই থৈ তাৰ লগত
ধেমালি কৰিছে। সি সেইদেখি তাতকৈ টেঙৰালি কৰি মাত লগালে—
ধেমালি কৰিছে। সি সেইদেখি তাতকৈ টেঙৰালি কৰি মাত লগালে—
“সেইটি ঘৰৰ চুকত কোন? দেখিছোহে তেওঁ! আহা নদাই, আঁহা,
“সেইটি ঘৰৰ চুকত কোন? দেখিছোহে তেওঁ! আহা নদাই, আঁহা,
মোৰে চুপতি নামাৰিবা, বুইছা?
মোৰে চুপতি নামাৰিবা, বুইছা?তোমালৈ বুলি বাট চাওঁতেই মোৰ
তোমালৈ বুলি বাট চাওঁতেই মোৰ
ইমান নিশা হল আৰু বহি বহি টোপনি আহিল। বোলা ভালে ভালে
ইমান নিশা হল আৰু বহি বহি টোপনি আহিল। বোলা ভালে ভালে
ওলাই আঁহা।’’ -কিন্তু শূন্য ঘৰ; তাৰ মাতৰ পাছত আৰু অধিক
ওলাই আঁহা।” -কিন্তু শূন্য ঘৰ; তাৰ মাতৰ পাছত আৰু অধিক
গহীন হল। নদাই হলেহে সি ওলাই মাত দিব। বেচেৰা ভোলাই দুখে-
গহীন হল। নদাই হলেহে সি ওলাই মাত দিব। বেচেৰা ভোলাই দুখে-
ভাগৰে লাজে-বেজাৰে মৰা যেন হৈ আকৌ পিৰাখনতে
ভাগৰে লাজে-বেজাৰে মৰা যেন হৈ আকৌ পিৰাখনতে
ঘোৰমোকোতা মাৰি শুলে।
ঘোৰমোকোতা মাৰি শুলে।

বাৰু, সঁচাকৈয়ে নাদাইৰ কি হ’ল? সি কিয় নাহিল? জোতযোৰ
{{gap}}বাৰু, সঁচাকৈয়ে নাদাইৰ কি হ’ল? সি কিয় নাহিল? জোতযোৰ
ঠিক সময়ত গৈ নদাইৰ ঘৰ পালেগৈ আৰু সিও তাকে পিন্ধি
ঠিক সময়ত গৈ নদাইৰ ঘৰ পালেগৈ আৰু সিও তাকে পিন্ধি
ভোলাইৰ ঘৰলৈ বুলি আহি আছে। বাটত এখন নৈ পাৰ হব লাগে।
ভোলাইৰ ঘৰলৈ বুলি আহি আছে। বাটত এখন নৈ পাৰ হব লাগে।
১৭ নং শাৰী: ১৬ নং শাৰী:
উঠিলেগৈ; নদাই সিপাৰতে থাকিল। সি লাজ পালে, আৰু
উঠিলেগৈ; নদাই সিপাৰতে থাকিল। সি লাজ পালে, আৰু
ভাবিলে—“খোজ কাঢ়িনো কি যাম? ৰাতি হল, ঘৰলৈকে উলটি
ভাবিলে—“খোজ কাঢ়িনো কি যাম? ৰাতি হল, ঘৰলৈকে উলটি
যাওঁ।’’ নদাই উলটিল, কিন্তু জোতাযোৰ ভোলাইৰ ঘৰলৈ বুলি হাবিৰ
যাওঁ।” নদাই উলটিল, কিন্তু জোতাযোৰ ভোলাইৰ ঘৰলৈ বুলি হাবিৰ
মাজেদি আহিয়ে থাকিল।
মাজেদি আহিয়ে থাকিল।

কিনো ভাগ্যৰ ফেৰ! চোৰটোৱেও ভোলাইৰ ঘৰৰ পৰা ৰন্ধা-
{{gap}}কিনো ভাগ্যৰ ফেৰ! চোৰটোৱেও ভোলাইৰ ঘৰৰ পৰা ৰন্ধা-
বঢ়া বস্তুবোৰ লৈ প্ৰাণ টাকি লৰি লৰি আহি হাবিৰ মাজত সেই
বঢ়া বস্তুবোৰ লৈ প্ৰাণ টাকি লৰি লৰি আহি হাবিৰ মাজত সেই
বাটটোতে বহি পোলাও খিচিৰি আদি চাই হাঁহিছে, আৰু তাৰ মুখৰ।
বাটটোতে বহি পোলাও খিচিৰি আদি চাই হাঁহিছে, আৰু তাৰ মুখৰ
পৰা লোভৰ পানী পৰিছে। তাৰ মনত ভাব হল- “হাবিৰ মাজত
পৰা লোভৰ পানী পৰিছে। তাৰ মনত ভাব হল- “হাবিৰ মাজত
নো ৰাতি এইবোৰ বস্তু খাই কি সুখ পাম? এতিয়া ঘৰত ভালকৈ
নো ৰাতি এইবোৰ বস্তু খাই কি সুখ পাম? এতিয়া ঘৰত ভালকৈ
২৭ নং শাৰী: ২৭ নং শাৰী:
চেলেকিলোহেঁতেন নহয়! তালৈকে এতিয়া লৰি লৰি হাত ভৰি ছিগি
চেলেকিলোহেঁতেন নহয়! তালৈকে এতিয়া লৰি লৰি হাত ভৰি ছিগি
আহিছে, এখোজ লৰচৰ কৰিবলৈ গাত শক্তি নাই। এনে সময়ত যদি
আহিছে, এখোজ লৰচৰ কৰিবলৈ গাত শক্তি নাই। এনে সময়ত যদি
নিজে খোজ কঢ়া জোতা এযোৰ কেনেবাকৈ পালোহেঁতেন!’’ ঠিক
নিজে খোজ কঢ়া জোতা এযোৰ কেনেবাকৈ পালোহেঁতেন! ঠিক
সেই সময়ত ভোলাইৰ জোতাযোৰ নদাইক এৰি আহি ঘৰৰ ফালে
সেই সময়ত ভোলাইৰ জোতাযোৰ নদাইক এৰি আহি ঘৰৰ ফালে
খোজ লৈ সেইখিনি পাইছিলহি। টোপোলাত ৰন্ধা-বটা বস্তুখিনি ভৰাই
খোজ লৈ সেইখিনি পাইছিলহি। টোপোলাত ৰন্ধা-বটা বস্তুখিনি ভৰাই
চোৰটো উঠি থিতাতে জোতাযোৰত তাৰ ভৰি সুমুৱালে, আৰু
চোৰটো উঠি থিতাতে জোতাযোৰত তাৰ ভৰি সুমুৱালে, আৰু
জোতাযোৰ তাৰ ভৰিত একেবাৰে কাপ খাই পৰিল৷
জোতাযোৰ তাৰ ভৰিত একেবাৰে কাপ খাই পৰিল৷

কিন্তু কি আচৰিত৷ চোৰটো যেনি যাব সেইপিনে নগৈ।
{{gap}}কিন্তু কি আচৰিত৷ চোৰটো যেনি যাব সেইপিনে নগৈ