পৃষ্ঠা:Bilati Pitha.pdf/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
কণী দুটা ভাগি বনৰজাৰ চকু দুটা খন্তেকলৈ কণা হল। সি কাণি-মুনি
কণী দুটা ভাগি বনৰজাৰ চকু দুটা খন্তেকলৈ কণা হল। সি কাণি-মুনি
খাই নুমলীক ধৰিব নোৱাৰিলে। ৰান্ধনী ঘৰৰ পৰা আইতাক ওলাই হয়
খাই নুমলীক ধৰিব নোৱাৰিলে। ৰান্ধনী ঘৰৰ পৰা আইতাক ওলাই হয়
আহিল আৰু ওচৰ-চুবুৰীয়া মানুহৰোৰ চাপি-কুচি হাতে হাতে টাঙোন
আহিল আৰু ওচৰ-চুবুৰীয়া মানুহবোৰ চাপি-কুচি হাতে হাতে টাঙোন
টোকোন লৈ বনৰজাক মৰিয়াই মাৰি পেলালে। তাৰ পাছত নুমলীয়ে
টোকোন লৈ বনৰজাক মৰিয়াই মাৰি পেলালে। তাৰ পাছত নুমলীয়ে
আটাইকে সকলো কথা কলে। বুঢ়ীমাকে ৰং পাই নুমলীক মৰম
আটাইকে সকলো কথা কলে। বুঢ়ীমাকে ৰং পাই নুমলীক মৰম
কৰিলে। জা-জলপান খাবলৈ দিলে আৰু তেওঁলৈ অনা মাখন আৰু
কৰিলে। জা-জলপান খাবলৈ দিলে আৰু তেওঁলৈ অনা মাখন আৰু
মৌৰো অকণ অকণ দি মৰম কৰি পাছদিনা ঘৰলৈ পঠাই দিলে।
মৌৰো অকণ অকণ দি মৰম কৰি পাছদিনা ঘৰলৈ পঠাই দিলে।

কলে মেলিলে থোৰ। আমাৰ কথাৰ পৰিল ওৰ॥
তামোলে মেলিলে ডাবি। কোন কলৈ যাবি॥
{{gap}}কলে মেলিলে থোৰ। আমাৰ কথাৰ পৰিল ওৰ॥
{{gap}}তামোলে মেলিলে ডাবি। কোন কলৈ যাবি॥
কঠালে পেলালে মুচি। যাওঁ ঘৰঘৰি গুচি॥ ০ ০
{{gap}}কঠালে পেলালে মুচি। যাওঁ ঘৰঘৰি গুচি॥ ০০