লেখক:শ্ৰীৰাম আতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
{{author
|firstname = শ্ৰীৰাম
|lastname = আতাৰআতা
|fast_initial =
|birthyear =
|deathyear =
|description = শ্ৰীৰাম আতাৰ সৰ্ম্পকে প্ৰকৃত পৰিচয় পোৱা নাযায়। তেওঁক আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাতা‌ হিচাপেও জনা যায়। ডক্তৰড॰ সত্যেন্দ্ৰনাথ শৰ্মা,ডক্তৰ ড॰ বিৰিঞ্চিকুমাৰ বৰুৱাৰ মতে‌ শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাপক। ডক্তৰড॰ মহেশ্বৰ নেওগো এই কথাত একমত। শ্ৰীৰাম আতাৰ সময় ষষ্ঠ দশ শতিকাৰ শেষ দশক আৰু সপ্তদশ‌ শতিকাৰ আদিভাগ অৰ্থাত ১৬৫০ চনৰ পূৰ্বভাগ বুলিকবপাৰি। শ্ৰীৰাম আতাক গোপালদেৱৰ দেহাৱসানৰ লগে লগে কালজাৰ সত্ৰৰ সত্ৰাধিকাৰ বিষয় বাব দিয়া হৈছিল। শ্ৰীৰাম আতাই '[[সুভদ্ৰা হৰণ]]' নাট ৰচনা কৰে।
|image =
|wikipedia_link =
|wikiquote_link =
|commons_link =