পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ফুলেশ্বৰী — “বুজিলো নদটোৱে জানিবা সকলোকে পানী দি,

বতাহ দি সুখী কৰিছে; কিন্তু নদটোৰনো নিজৰ কি উপকাৰ হৈছে।”
বতাহ দি সুখী কৰিছে; কিন্তু নদটোৰনো নিজৰ কি উপকাৰ হৈছে। ”

{{gap}}কমলেশ্বৰ — “বাৰু গাভৰুদেৱ, কোৱাচোঁ তুমি জানিবা মোক

৬ নং শাৰী: ৬ নং শাৰী:
লাভ হৈছে?”
লাভ হৈছে?”

{{gap}}ফুলেশ্বৰী — “তুমি সুখী হৈছা বুলি জানি মইও সুখী হৈছো।”
{{gap}}ফুলেশ্বৰী — “তুমি সুখী হৈছা বুলি জানি মইও সুখী হৈছো। ”

{{gap}}কমলেশ্বৰ — “নদটোৱেও সেইদৰে সকলোকে পানী দি, বতাহ দি,

আনক সুখী কৰাৰ লগে লগে নিজেও বোধ কৰোঁ সুখী হৈছে।”
আনক সুখী কৰাৰ লগে লগে নিজেও বোধ কৰোঁ সুখী হৈছে। ”

{{gap}}ফুলেশ্বৰী — “যাওক আপুনি কিহৰ লগত কিহক ৰিজাইছে।”
{{gap}}ফুলেশ্বৰী — “যাওক আপুনি কিহৰ লগত কিহক ৰিজাইছে। ”

{{gap}}কমলেশ্বৰ — “মই বিশেষকৈ একো ৰিজোৱা নাই। তুমি সোধা

দেখিহে ময়ো কইছোঁ। পিছত গাভৰুদেৱ মই আজি তোমাৰ ওচৰত

এটা ভিক্ষা বিচাৰিহে আহিছোঁ।”
এটা ভিক্ষা বিচাৰিহে আহিছোঁ। ”

{{gap}}ফুলেশ্বৰী — “আও! মোৰ কি সাধ্য আছে আপোনাক ভিক্ষা

দিবলৈ। বাৰু কওকচোন কি ভিক্ষা লাগে। পাৰিলে দিম,

নোৱাৰিলে সমিধান।”
নোৱাৰিলে সমিধান। ”

{{gap}}কমলেশ্বৰ — “তুমি সহজে ভিক্ষা দিব পাৰিবা। তুমি শুনিছা

নহয় মোৰ সেই ধনেশ্বৰ নামৰ চুতীয়া সেনাপতিটো বলিত পৰিছে।

তাক তুমি তোমাৰ পিতৃদেৱতাত খাটনি ধৰি তাক মোকোলাই দিব

পাৰিলে তাৰ উপকাৰ হোৱাৰ লগে লগে মোৰো এটা উপকাৰ

৩০ নং শাৰী: ৩০ নং শাৰী:
মই আকৌ এটাক শিকাই বুজাই লব পাৰিলেহে মানৰ লগত

ভালকৈ যুজিবলৈ সাজু হব পাৰিম। আন এজনক শিকাই বুজাই

লওঁ মানে, যদি মান অগিবাঢ়ি আহে তেন্তে অলপ লেঠাত পৰিম।

আকৌ তাৰ নিচিনা সাহসী, বাহুবলী, ৰণ-নিপুণ, যুজাৰু বীৰ এজন

পামনে নাপাম তাৰো সঠিক নাই।”
পামনে নাপাম তাৰো সঠিক নাই। ”

{{gap}}ফুলেশ্বৰী — “সি যেতিয়াই দেও পৰীক্ষাত বলিত পৰিছে তাক

আমাৰ দেউতাইহে নালাগে স্বৰ্গদেৱেও হেনো এৰি দিব নোৱাৰে।”
আমাৰ দেউতাইহে নালাগে স্বৰ্গদেৱেও হেনো এৰি দিব নোৱাৰে। ”

{{gap}}কমলেশ্বৰ — “সিতো এক প্ৰকাৰ আহোমেই হৈছে। তাতে যদি

দেও পৰীক্ষাটোত কাৰসাজি অৰ্থাৎ চল চক্ৰান্ত হৈছিল, তেন্তে

দেউতাই বোধ কৰোঁ এৰি দিব পাৰিব।”
দেউতাই বোধ কৰোঁ এৰি দিব পাৰিব। ”