পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|সত্তা। }}}}
{{center|{{Xx-larger|সত্তা}}}}


{{gap}}আজিকালি গৌতম চৌধুৰীৰ হাতত অজস্ৰ সময়। ঘড়ীৰ কাঁটাডাললৈ
{{gap}}আজিকালি গৌতম চৌধুৰীৰ হাতত অজস্ৰ সময়। ঘড়ীৰ কাঁটাডাললৈ
২৩ নং শাৰী: ২৩ নং শাৰী:
ঘৰ সোমায়হি ঘৰত থকা অৱশিষ্ট প্ৰাণীকেইটাৰ উশাহ-নিশাহবোৰৰ যেন
ঘৰ সোমায়হি ঘৰত থকা অৱশিষ্ট প্ৰাণীকেইটাৰ উশাহ-নিশাহবোৰৰ যেন
স্বভাৱসুলভভাৱেই খৰ হৈ উঠে। কাম কৰা ল'ৰা গোপালৰ প্ৰয়োজনীয় ব্যস্ততাৰ
স্বভাৱসুলভভাৱেই খৰ হৈ উঠে। কাম কৰা ল'ৰা গোপালৰ প্ৰয়োজনীয় ব্যস্ততাৰ
লগে লগে গৌতম চৌধুৰীয়েও ক'ব নোৱৰাকৈ অপ্ৰয়োজনীয়ভাৱে ব্যস্ত হৈ পৰে। <br/>
লগে লগে গৌতম চৌধুৰীয়েও ক'ব নোৱৰাকৈ অপ্ৰয়োজনীয়ভাৱে ব্যস্ত হৈ পৰে।

{{gap}}ঘৰৰ সন্মুখফালৰ বাৰাণ্ডাখনত বহি বহি গৌতম চৌধুৰীয়ে নিজৰ তপা
{{gap}}ঘৰৰ সন্মুখফালৰ বাৰাণ্ডাখনত বহি বহি গৌতম চৌধুৰীয়ে নিজৰ তপা
মূৰটোত হাত ফুৰাই যেন বুজনি দিলে। সন্মুখৰ কাঠৰ ৰেলিং দুডালৰ মাজত
মূৰটোত হাত ফুৰাই যেন বুজনি দিলে। সন্মুখৰ কাঠৰ ৰেলিং দুডালৰ মাজত