পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
torrents.
torrents.


'''হামৰাও কঢ়া'''—ক্রি, [ হাম্বা ৰৱ কৰা ] গাই-গ{{বঙালী ৰ}}ৰুৱে পোৱালি হেৰালে হাম্বা
'''হামৰাও কঢ়া'''—ক্ৰি, [ হাম্বা ৰৱ কৰা ] গাই-গ{{বঙালী ৰ}}ৰুৱে পোৱালি হেৰালে হাম্বা
ৰৱ কৰি ফুৰে। এতেকে,--ব্যাকুলভাৱে কোনাে বস্তুৰ নিমিত্তে
ৰৱ কৰি ফুৰে। এতেকে,--ব্যাকুলভাৱে কোনো বস্তুৰ নিমিত্তে
অভিলাষ কৰা, অতিকৈ হেঁপাহ কৰা, to hanker, to have
অভিলাষ কৰা, অতিকৈ হেঁপাহ কৰা, to hanker, to have
a longing desire.
a longing desire.


'''হামিয়াই হেঁকটিয়াই থকা'''—ক্রি, অধিক চিন্তা হলে মানুহে হামিয়াই হেঁকটিয়াই
'''হামিয়াই হেঁকটিয়াই থকা'''—ক্ৰি, অধিক চিন্তা হলে মানুহে হামিয়াই হেঁকটিয়াই
থাকে। এতেকে,—চিন্তা-ব্যাকুলিত হোৱা, to live in anxiety.
থাকে। এতেকে,—চিন্তা-ব্যাকুলিত হোৱা, to live in anxiety.


'''হায়ৌবিয়ৌ কৰা'''—ক্রি, [ ‘হে আই ঔ' বাই ঔ’ কৰা ] বেজাৰত বিহ্বল হৈ
'''হায়ৌবিয়ৌ কৰা'''—ক্ৰি, [ ‘হে আই ঔ' বাই ঔ’ কৰা ] বেজাৰত বিহ্বল হৈ
কোঢ়াল কৰা, to lament distressfully.
কোঢ়াল কৰা, to lament distressfully.


'''হাৰলী আই'''—বিং, [ ‘সাত ভাই চম্পা' সাধুকথাৰপৰা লােৱা বাক্য ] (’হাৰলী’
'''হাৰলী আই'''—বিং, [ ‘সাত ভাই চম্পা' সাধুকথাৰপৰা লোৱা বাক্য ] (’হাৰলী’
শব্দ ‘সৰল’ শব্দৰপৰা ওলাইছে। আজলী আই, a simple
শব্দ ‘সৰল’ শব্দৰপৰা ওলাইছে। আজলী আই, a simple
loving mother.
loving mother.
২১ নং শাৰী: ২১ নং শাৰী:
person.
person.


'''হালত যোড়া'''—ক্ৰি, গৰুক যেনেকৈ হালত যোড়ে তেনে কৰা অর্থাৎ সেও কৰি
'''হালত যোড়া'''—ক্ৰি, গৰুক যেনেকৈ হালত যোড়ে তেনে কৰা অৰ্থাৎ সেও কৰি
নিজৰ কামত লগােৱা, to reduce to slavery.
নিজৰ কামত লগোৱা, to reduce to slavery.


'''হালে হালে সাঙ্গোৰা'''—ক্ৰি, অধিক বন্দী মানুহক নিবলৈ হলে দুটা-দুটাকৈ সাঙ্গুৰি
'''হালে হালে সাঙ্গোৰা'''—ক্ৰি, অধিক বন্দী মানুহক নিবলৈ হলে দুটা-দুটাকৈ সাঙ্গুৰি
২৮ নং শাৰী: ২৮ নং শাৰী:
তলতীয়া কৰা, সাৱশেষকৈ ঘটুওৱা, to subdue thoroughly.
তলতীয়া কৰা, সাৱশেষকৈ ঘটুওৱা, to subdue thoroughly.


'''হিয়া ধাকুৰা'''—ক্রি, অতিৰিক্ত বেজাৰ হলে মানুহে হিয়া ধাকুৰি অর্থাৎ ভুকুৱাই
'''হিয়া ধাকুৰা'''—ক্ৰি, অতিৰিক্ত বেজাৰ হলে মানুহে হিয়া ধাকুৰি অৰ্থাৎ ভুকুৱাই
কান্দে। এতেকে,— কান্দি ব্যাকুল হোৱা, to lament loudly,
কান্দে। এতেকে,— কান্দি ব্যাকুল হোৱা, to lament loudly,
to grieve bitterly.
to grieve bitterly.
৩৪ নং শাৰী: ৩৪ নং শাৰী:
'''হিয়া ধুনা'''— ক্ৰি, ধেনুৰে যেনেকৈ তুলা কোবাই ধুনে, হাতেৰে তেনেকৈ হিয়া
'''হিয়া ধুনা'''— ক্ৰি, ধেনুৰে যেনেকৈ তুলা কোবাই ধুনে, হাতেৰে তেনেকৈ হিয়া
কোবাই জৰ্জ্জৰিত কৰে, এই ভাব বুজোৱা হৈছে। অতিকৈ কান্দিলে
কোবাই জৰ্জ্জৰিত কৰে, এই ভাব বুজোৱা হৈছে। অতিকৈ কান্দিলে
মানুহে হাতেৰে বুকু চপৰিয়ায়। এতেকে,—কান্দি ব্যাকুল হােৱা,
মানুহে হাতেৰে বুকু চপৰিয়ায়। এতেকে,—কান্দি ব্যাকুল হোৱা,
to lament loudly, to grieve bitterly.
to lament loudly, to grieve bitterly.


'''হিয়া ভুকুওৱা'''—ক্ৰি, [ "হিয়া ধাকুৰা’’ চোৱা৷ ] -
'''হিয়া ভুকুওৱা'''—ক্ৰি, [ "হিয়া ধাকুৰা’’ চোৱা। ] -


'''হিয়াৰ আমঠু'''—বিং, ( আমঠু=হিয়াৰ মাজৰ কলাডিল। ) হিয়া মৰমৰ
'''হিয়াৰ আমঠু'''—বিং, ( আমঠু=হিয়াৰ মাজৰ কলাডিল। ) হিয়া মৰমৰ
বাসস্থান। কোনো মানুহ ইমান প্রিয়তম যে তেওঁ সেই স্থানৰ
বাসস্থান। কোনো মানুহ ইমান প্ৰিয়তম যে তেওঁ সেই স্থানৰ