পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাৰকণ
 
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮|প্ৰাকৃত-ভূগোল।|}}
{{rh|৮|প্ৰাকৃত-ভূগোল। |}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৭ নং শাৰী: ৭ নং শাৰী:
পদাৰ্থৰ আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখা গৈছে আক পৃথিবীৰ ওপৰতত

পৰ্ব্বত বিলাক কিছু ডাঙ্গৰ বুলি সিহঁতৰ আৰু আন এটা বস্তুৰ

মাজত যি আকৰ্ষণ শক্তি থাকে তাৰ কাৰ্য্য দেখিবলৈ পোৱা যায়।

এটা পৰ্ব্বতৰ ওচৰত এটি ওলোম ধৰিলে জৰি ডালি আন ঠাইত

যেনেকৈ পৃথিবীলৈ লম্ব হয় সেই দৰে তাত নহৈ যৎকিঞ্চিৎ পৰ্ব্বতৰ

১৪ নং শাৰী: ১৪ নং শাৰী:
বীৰ ওপৰত হলে পৃথিবীৰ আকৰ্ষণ শক্তিহে প্ৰধানকৈ প্ৰকাশ

পায়; তাৰ কাৰ্য্য অহৰ্নিশে দেখা পাবই লাগিছোহঁক। জড় পদাৰ্থৰ

নিজে লৰিবৰ ক্ষমতা নাই; তাক যতে থোৰা যায় ততে থাকে।

বাহিৰৰ পৰা কোনো টান বা ঠেলা নেপালে নলৰে। তেন্তে

গছৰ ফল, শেনিৰ পৰা এৰালে যে মাটিলৈ নামি আহে এইটি