পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৱলী-যুদ্ধ। কুৱলীৰ পতন। হেন দেখি কূৰ্ম্মবলী পাম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭০|কূৰ্ম্মৱলী-যুদ্ধ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>{{smaller|কূৰ্ম্মৱলীৰ পতন।}}</center>
কৱলী-যুদ্ধ।
{{Block center|<poem>
কুৱলীৰ পতন।
হেন দেখি কূৰ্ম্মবলী পাম ক্ৰোধত।
হেন দেখি কূৰ্ম্মৱলী পৰম ক্ৰোধত।
ব্ৰহ্মাৰ শকতি পাত জুৰিলা গুণত।
ব্ৰহ্মাৰ শকতি পাত জুৰিলা গুণত॥
প্ৰলয়ৰ বহু যেন শকতি দুৰ্জয়।
প্ৰলয়ৰ বহ্নি যেন শকতি দুৰ্জ্জয়।
অযুত সূৰ্যাৰ তেজ প্ৰকাশ কৰয় ১৩৯
অযুত সূৰ্য্যৰ তেজ প্ৰকাশ কৰয়॥১৬৯
শৰ প্ৰতাপে সৰ্ব পৃথিবী লবিলা।
শৰৰ প্ৰতাপে সৰ্ব্ব পৃথিবী লৰিলা।
মন্দৰ গিৰিত যেন ধমক লাগিলা॥
মৰ গিৰি যেন মক লাগিল।
সকল পৃথিবী নদী নদ তয় ভৈলা।
সকল পৃথিবী নদী নদ ভয় ভৈলা।
আকাশৰ ভাৰাগণ খসিয়া পৰিলা॥৭•
আকাশৰ তাৰাগণ খসিয়া পৰিলা॥১৭০
দেখি দেৱলোকৰ ভৈলেক মহাত্ৰাস।
দেখি দেৱশোকৰ গৈলেক মাস।
কুৰু কৃঠে সবে মনত উল্লাস।
কুৰু কূৰ্ম্মঠেৰ সবে মনত উল্লাস॥
হেন দেখি গঙ্গা-সুত গুণয় মনত।
হেন দেখি গঙ্গা-সুত গুণয় মনত।
মহেশৰ শাত জুৰ গুণত।২৭১
মহেশৰ শৰপাত জুৰয় গুণত॥২৭১
ৰুদ্ৰ মন্ত্ৰ দাপ্য তাতে কবিলা বিস্তাৰ
ৰুদ্ৰ মন্ত্ৰ জাপ্য তাতে কৰিলা বিস্তাৰ।
কম্পে বসুমতী নহয় পায়া ভৰ।
কম্পে বসুমতী নসহয় পায়া ভৰ॥
অন্ত তৈল নাগলোক নক্ষত্ৰ সকল।
অন্ত ভৈল নাগলোক নক্ষত্ৰ সকল।
ফাক দিয়া ধৰণী কয় টল বল ২২
ফাত দিয়া ধৰণী কৰয় টল বল॥২৭২
</poem>}}