পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৱলী-যুদ্ধ। বাসক নিবাবিলা পৰ্বত দুৰ্জয়। প্ৰভাহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৬৮|কূৰ্ম্মৱলী-যুদ্ধ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
কৱলী-যুদ্ধ।
বতাসক নিবাৰিলা পৰ্ব্বত দুৰ্জ্জয়।
বাসক নিবাবিলা পৰ্বত দুৰ্জয়।
প্ৰভাহীন হৈল দুয়ো অস্ত্ৰ গৈলা ক্ষয়।
প্ৰভাহীন হৈলা দুয়ো অস্ত্ৰ গৈলা ক্ষয়॥
দেখি মহাক্ৰোধ ভৈলা বাজা কৃৱলী।
দেখি মহাক্ৰোধ ভৈলা ৰাজা কূৰ্ম্মৱলী।
মন্ত্ৰ পঢ়ি অহাৰ কৰিলা নিদ্ৰাৱলী॥২৬
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা নিদ্ৰাৱলী॥২৬০
মহাবীৰ গঙ্গা-সুত নাহি ভয় ভীত।
মহাবীৰ গঙ্গা-সুত নাহি ভয় ভীত।
আথে বাথে প্ৰহাৰিলা সায়ক জাগৃহ।
আথে বাথে প্ৰহাৰিলা সায়ক জাগৃত।
দুইবোৰ আকাশত ভৈলা একস্থান।
দুইৰো শৰ আকাশত ভৈলা একস্থান।
হলস্থুল কৰি ভৈতে ভৈলন্ত নিৰ্য্যাণ ২৬১
হলস্থুল কৰি তৈতে ভৈলন্ত নিৰ্য্যাণ॥২৬১
দেখি মহাক্ৰোধ কূৱলী নৰেশ্বৰ।
দেখি মহাক্ৰোধ কূৰ্ম্মৱলী নৰেশ্বৰ।
মন্ত্ৰ পঢ়ি ৰাণ হানিলা সত্ব।
মন্ত্ৰ পঢ়ি {{SIC|জ্বৰৰাণ}} হানিলা সত্বৰ॥
শৰ মধ্যে মুক্তিমন্ত সাৰ প্ৰধান।
শৰ মধ্যে মুৰ্ত্তিমন্ত সায়ক প্ৰধান।
মূৰ্তি ধৰি চলিলা শিবৰ বাণ॥২৬২
মূৰ্ত্তি ধৰি চলিলা শিবৰ জ্বৰবাণ॥২৬২
হেন দেশি গঙ্গা-সুতে হানে ধৰি।
হেন দেশি গঙ্গা-সুতে হানে ধনুধৰি।
বিষ্ণু এক হানিলেক শব্ৰ কৰি।
বিষ্ণুৰ জ্বৰক হানিলেক শীঘ্ৰ কৰি॥
শিৱৰ এক বিষ্ণুৰে লাগ পাই।
শিৱৰ জ্বৰক বিষ্ণুজ্বৰে লাগ পাই।
দূৰতে বিদূৰ কৰি খেদিলা দুনাই॥২৬৩
দূৰতে বিদূৰ কৰি খেদিলা দুনাই॥২৬৩
হেন দেৰি কুৱলী নৃপতি প্ৰধান।
হেন দেৰি কূৰ্ম্মৱলী নৃপতি প্ৰধান।
মন্ত্ৰ পঢ়ি অহাৰিলা কুবেৰৰ ৰাণ।
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা কুবেৰৰ ৰাণ॥
</poem>}}