বাৰ্তা:সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান

Latest comment: ৫ বছৰৰ পূৰ্বে by Chaipau in topic ভুল

ভুল সম্পাদনা কৰক

Chaipau, Gitartha.bordoloi ইয়াত কিছুমান ভুল আছে। মই আচল পাণ্ডুলিপিৰ লগত মিলাই চাইছোঁ, দেখা গৈছে যে বহুতো বানান আধুনিক অসমীয়া বানানৰ দৰে লিখা হৈছে (যেনে: ঝ > জ, ড > ৰ, ব > ৱ, য > য়) আৰু কিছুমানৰ আনকি ভাঙনি কৰি লিখা হৈছে (যেনে: আগৰ > অগৰু)। মই অসমীয়া ভাষা, আন বঙালী-অসমীয়া ভাষা আৰু ইহঁতৰ ইতিহাসৰ বিষয়ে গৱেষণা অলপ কৰি আছোঁ আৰু ৱিকিঅভিধানতো অসমীয়া, মধ্য অসমীয়া আৰু ছিলঠীয়া ভাষাৰ বাবে কাম কৰি আছোঁ, গতিকে এনেধৰণৰ বানান ভাষা অধ্যয়নৰ বাবে ক্ষতিকাৰক। গতিকে পাৰাখিনি শুধৰালে ভাল হ’ব। মই এইটো পৃষ্ঠাৰ বাবে পাণ্ডুলিপি পাইছোঁ: http://www.indiaifa.org/directorate-museums-government-assam.html-0 , গতিকে এই পৃষ্ঠাটো শুধৰাব পাৰিম। আপোনালোকৰ কি মতামত? Msasag (talk) ১৮:২৮, ২৭ এপ্ৰিল ২০১৮ (IST)উত্তৰ দিয়ক

I wholeheartedly agree. Could you please specify the sources and help correct this? Chaipau (talk) ১৪:৩১, ২৯ এপ্ৰিল ২০১৮ (IST)উত্তৰ দিয়ক
"সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান" পৃষ্ঠালৈ উভতি যাওক।