এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৮
যুগনায়ক শক্ষৰদেৱ
ছে ভগৱন্ত গুৰু তযু পদে মন মোৰ
যি কালত স্থিতিক লভয়।
তোমাৰ কৃপাত তেৱে সকল সাধন শ্ৰম
এড়াই স্থখী হৈবোঁহো নিশ্চয়॥৷ ৬০।
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নির্য্যাণ।
আপোনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ॥৷৬৮।
তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মোহি আছে আমাক সমূলি।
গুচায়োক মায়া স্বামী তোমাৰি চৰণে আমি
ভজিলোহো জয় কৃষ্ণ বুলি॥” ৬৯।
―――