পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

॥ যুগনায়ক শঙ্কৰদেৱ।৷

০ চতুৰ্থ পুথি ০

সমাজ-সংগঠনত শঙ্কৰদেৱ

⸻⸻

বিষয়-সূচী

॥ একত্ৰিশ।৷
অৱতাৰবাদ আৰু প্ৰাক শঙ্কৰী অসম
॥ বত্ৰিশ।৷
সমাজ-সংগঠনৰ অন্যান্য আহিলা
॥ তেত্ৰিশ॥
কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী
॥চৌত্ৰিশ॥
নামঘৰ আৰু সত্ৰত শঙ্কৰী সংস্কৃতি
॥পয়ত্ৰিশ॥
প্ৰাকশঙ্কৰী যুগত বৈষ্ণৱৰ অভ্যুত্থান
॥ছত্ৰিশ॥
শঙ্কৰদেৱৰ সমাজ-চিকিৎসা
॥সাতত্ৰিশ॥
অসমীয়া সমাজ-বোধৰ জাগৃতি
॥ আঠত্ৰিশ॥
শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা
॥ উনচল্লিশ॥
সমাজত মজ্জাগত শঙ্কৰী প্ৰভাৱ
॥চল্লিশ॥
লুথাৰ, কবীৰ আক শঙ্কৰদেৱ

⸻⸻