পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
যুগনায়ক শঙ্কৰদেৱ

ৰুদ্ৰপদ নাম
গুৰুক প্ৰণাম
শ্ৰীধৰ আছন্ত
শৰণ লৈলন্ত
ৰামভট্ট সন্ত
শৰণ লৈলন্ত
বিষ্ণুদত্ত নাম
কৈলা পৰণাম
আমো যত সন্ত
তাক কহি অন্ত

   

ত্যজি আন কাম।
ভজিলন্ত ৰাম॥ ৯৮।
পৰম মহন্ত।
হৰি ভজিলন্ত॥ ৯৯।
গুৰু মানিলন্ত।
হৰি ভজিলন্ত॥ ১০০।
অতি অনুপাম।
গুৰুক প্ৰণাম॥ ১০১।
শৰণ লৈলন্ত।
কোনে কৰিবন্ত॥” ১০৪।

ৰামানন্দৰ চৰিতত ৰামচৰণৰ বৰ্ণনাৰ ওপৰঞ্চি কেবাখনো তীৰ্থ ভ্ৰমণ কৰাৰ উল্লেখ কৰিছে:

“শুনা সৱে কন কৰি ওড়েষাক পৰিহৰি
 লড়ি গৈলা দক্ষিণ দেশক।
সেতু খণ্ড আদি কৰি সমস্ত তীৰ্থত স্নানি
 পাছে গৈলা দিশ পশ্চিমক॥
বাৰাণসী প্ৰবেশিয়া  দেখি বিন্দু মাধৱক
 তাৰ পৰা গৈলা প্ৰয়াগক।
বৃন্দাবন গোবৰ্দ্ধন কালীৰ হ্ৰদক চাই
 দেখিলন্ত গৈয়া কদম্বক॥২৩০।
যৈতে কৃষ্ণে ক্ৰীড়িলন্ত  ফুৰি ফুৰি চাহিলন্ত
 বাহ্ৰয় বৎসৰ নিৰন্তৰ।
পৰম বৈষ্ণৱ বুলি  সৰ্বালোকে আদৰয়
 ৰূপ দেখি কৌতুক বিস্তৰ॥২৩১৷
তাত পাছে মথুৰাত  প্ৰবেশ ভৈলন্ত গৈয়া
 ....... ....... ....... .......