পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bring [ 82 ) Brond Bring (f) o. t. to fetch ; to conveyor carry to star; to occasion, cause cetat, ঘটা। about=to elect ঘটা, সাধন কৰ, হােৱা। -back fute আন। Bring down to humble তললৈ নমা, যশ কৰ, সেও কৰ। -forth =to produce জন্ম, ওপা। -home প্রমাণ কৰ, into introduce ভিতৰলৈ আন, উপস্থিত কৰ; to collect সংগ্ৰহ কৰ, পােটা, চপা, তােল। -off আঁতৰ কৰ। -out as a book or subscription )=fort; to ex- press প্রকাশ কৰ। –on=to cause to begin আৰম্ভ কৰা, উপস্থিত কৰা । -over=to bear across tt **; to draw to one's party কাৰৰ ফলীয়া কৰ, স্বপক্ষ কৰ। -it into line with সমান অৱস্থালৈ আন, অনুৰূপ কৰ। -round= to restore to health আৰােগ্য কৰ, নৰিয়া ভাল

    • to make one change his side or opi-

nion মত পৰিবৰ্তন কৰা। –under=to subdue বশ কৰ, সমন কৰ। -up=to rear or to edu- cate প্রতিপালন কৰি তােল, শিক্ষা দে । -up the rear=to come last সকলােৰে পাচত আহ। to book দায়ী কৰ। to light প্ৰকাশ কৰ, matuto **1-to pass 671 --a suit cathy

  • , .69753 **! It will bring on disease =

ইয়াৰপৰা বেমাৰ হব, ইনৰিয়া পেলাব। -to terms মিলা, মিটা, মিটমাট কৰা। Bring it up to me= মােৰ ওচৰলৈ লৈ আহ। -Word বাতৰি আন । (past. t. brought ; pa. p. brought). Rrink (*) n. the edge or border of a steep place #if, ** ; (fig.) at the very verge of time একেবাৰেই মুখামুৰি সময়ত, মুমূৰিত। To be on the brink of death=মৰােমৰো অৱস্থাত পৰ, মৰমৰােহ। Briquette ( ব্রিকেট ) , small brick-shaped mass ইটাৰ গঢ়ৰ সৰু কঠিন পদার্থ ; coal-dust mixed with saw-dustused as fuel faz সলনি ব্যৱহাৰ কৰা কয়লাগুৰি আৰু কাঠ-গুৰি মিহলি এবিধ ইটা-সজীয়া পদার্থ। Brisk (fr) adj. lively, active, full of life ধৰপােচ, চটফটীয়া, খৰতকীয়া, তবজীয়া, এলাহ নােহােৱা, টনকিয়াল ; effervescing ফেন উঠা (যেনে মদৰ)। -y adj. ঘনাই, একেৰাহে, বেগাই বেগাই, খৰপােচকৈ। -ness . activeness - পােচ, চপচনি। Brisket (facu' ) n. part of the breast next to the ribs of an animal কোনাে ৰ বুকু। Bristle (fb) n. short, stiff hair, as of swine গাহৰিৰ নােমৰ দৰে নােম। v. t. to cover with bristles পাহৰিৰ নােমৰে ঢক। --v. t. to stand e.cct as bristles fusti, থিয় কৰ, ভুবুৰিয়া। —ed adj covered with bristles $2771 catA 1 --ly adj. rough ry To set up one's bristles = to show anger নােম শিয়, খং উঠা। Britain (fatt') * England, Wales and Scotland (called Great Britain) tie, বিলাত। -tannic adj. ব্রিটেইন সম্বন্ধীয়। British ( ব্রিটীশ) adj. pertaining to Great Britain or its people ইংৰাজৰ, ব্রিটেন বা ব্রিটেইনবাসী i --sher de Briton = a native of Britain ব্রিটেনবাসী, ইংৰাজ । Brittle ( লি.) adj. easily broken মূৰমূৰীয়া, চনকা, বেগতে ভগা, ইনুকা, চঞ্চনীয়।। -ness n. চনা গুণ। Broach (at) . a pointed instrument used in boring fort, Y; a churchspire faserte ঘৰৰ ওপৰৰ দোয়া চুজা। - t. to open up, begin উলিয়া, প্ৰকাশ কৰ; to pierce ফুটা। -er n. a spit mat; To broach to=wife tot ঢাল লগাই দিয়া। Broad ( এড) adj. wide বহল ; open মুকলি ; outspoken খেলা, জং-ভঞ্জয়। -arrow চকাৰী বস্তুত দাগ দিয়া কামুখীয়া চিন। –cast adj. or ado. sown abroad by hand হাতেৰে সিটি দিয়া, ঠানঠানকৈ বা অ'ত এটা ত’ত এটাকৈ সিচা। v. i. issue news by wireless বিজুলী শক্তিৰে বাতৰি প্ৰচাৰ কৰ। –cloth বানত কাপােৰ। side জাহাজ কোনো এগতি বাৰ। sheet কেৱল এফালে ছাপা কৰা এখন, বহুল কাকত।-gawge ( গেজ) ৰেলগাড়ী চলােৱা ৰেল দুডালৰ মাজৰ বহলৰ পৰিমাণ (তিনিহাত চাৰি আঙ্গুলৰ ৰেচি হােৱা)। Boads n. নৈৰ ডোৱাৰ, ডােবা। -sword হল ফালৰ তৰােৱাল। or