পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Diminish [208] Diploma con- dimensions of space= দীঘল, বহল আৰু ওখৰ পৰিমাণ। Fourth dimension-আইনষ্টাইন- আবিষ্কৃত স্থান-কালৰ চতুর্থ বিস্তৃত-ওপৰ-তল, সে- বাওঁ, সমুখ-পিঠি আৰু আগ-পাচৰ পৰিমাণ। Diminish (ডিমিনিছ) v. t. or u.i. to make or become less কমা বা কম হ, হ্রাস কৰ; টুট। Diminution (fufpfatxt) n. a lessening, decrease কম হওন, হ্রাস। Diminutive (fofaradics) adj. small, tracted ক্ষুদ্র, সৰু, অকণমান । ( ব্যাকৰণত সৰু বুৱা শব্দ।) Dimissory (ftfarfa ) adj. sending away, giving permission to depart to another place অইন এলাকালৈ যাবৰ কাৰণে দিয়া অনুমতি বিষয়ক । Dimity (ftfat) n. a striped cotton cloth 1112 দিয়া চৰীয়া কপাহী কাপােৰ। Dimple ( ডিম্পল) little hollow in the cheek গালত হোৱা স্বাভাবিক সৰু পােটোকা। ---0. 1. to form dimples (70; C9160194 1. a Dinner (featz) n. the chief meal of the day দুপৰীয়াৰ আহাৰ; a feast ভো, (সাধাৰণতঃ ৰাতি পাতে) Dinner time দুপৰীয়া ভােজনৰ সময়। Dinner without grace=বিবাহৰ পূর্বে সহবাস। Dinoceras (Satu) n. an extinct animal এন্ধি অতিকায় লুপ্ত-অস্তিত্ব প্রাগৈতিহাসিক জয় ( এই জ্য শুন্যপায়ী আছিল আৰু ইয়াৰ তিনি- জোৰাকৈ শিং, আছিল)। Dinosaur (ডাইনােহৰ) n. an extinct reptile এবিধ অতিকায় প্রাগৈতিহাসিক সৰীসৃপ জাতীয় (ইইত দীঘলে প্রায় ৮০ ফুট আছিল)। Dint (fros) n. a blow atato; mark of a blow; মাৰৰণাগ বা চিন, পােটোকা; force or power. by dint of courage=সাহসৰ প্ৰভাৱত। Diocesan (t#26619) . pertaining to diocese খ্রীষ্টধর্মাচার্য বিষয়ক। Diocese ( ডায়চিচ,) 0. oxtent of a Bishop's

jurisdiction বিশপৰ এলাকা।

Dioptric ( ডায়পত্রিক) adj. pertaining to dioptrics পােহৰ বিজ্ঞান বিষয়ক। Dioptric n. a part of optics which treats of the transmission of light (a frutaz aty পাখা। Diorama (ডায়ৰে'মা) a contrivance for exhibition of pictures চিত্ৰপত দেখুৱা কৰকম কৌশল। Dip (ডিপ) . . to plunge, to immerse জুবুৰীয়া ডুবা। .i. to sink, to incline downwards ডুব যা, মগ্ন হ, তললৈ কতীয়াহ বা গোজ খা, তললৈ দবি যা। (colloq.) involve in debt corto y Dip of the horizon =চকুৰ পােনে পােনে আকাশ অন হোৱা যেন দেখা কোণ। Dipping needle=কোচ যৰ চুকৰ $1611 Dippy (slang)=crazy afunt Diphtheria (frittau) n. a throat discase ঘোৰ শলখা বেমাৰ, এবিধ মাৰাত্মক ডিঙি বেমাৰ। Diphthong (fe) n. a union of two vowels in one syllable or in one sound with a হোৱা মুক্তস্বৰ। Diploma (fog) n. a document conferring annoy with Din (from) n. a loud continued noise, fafarafa, আও, কোড়াল । -0. 1. to clamour (as to one's complaints into the cars.) কোঢ়াল কৰি কাণতল লগ। Dine (16) o. i. to take a dinner atata **, ভোজন কৰ। v. t. to give a dinner ভােজ খুৱা, (GTU CHI Dining-room=(sta ঘৰ, খানা খােৱা কোঠা। To dine out=ঘৰৰ বাজে আন ঠাইত আহাৰ কৰ। To dine with Duke Hum- phrey=নিৰাৰে থাক। Ding (fe: ) v. t. to throw, to hurl face **, দলিমাৰি পেল। Ding (fe: ) v. i. to keep sounding for fort বজাই থাক। Ding-dong= একেৰাহে বজাই থাক। Dingle ( ডিঙ্গল) n. valley পৰ্বতৰ মাজৰ ঠেক সমান ঠাই। Dingled-angle adu. in a swinging লােথােম খােমকে। Dingy (feafs ) adj. dull, solid (catti, afara, কলা। Dingines n. মলিন। a narrow manner