পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Card [178] Cursory 11. restraining the horse ঘোৰাৰ মুখত লগোৱা আগামৰ জৰি বা লােৰ যতন, প্রতিবন্ধক। Curd (কার্ড } . milk coagulated দৈ-গাখীৰ, গাখীৰৰ ছেনা। -y adj. দৈ-মৰা, দৈৰ নিচিনা ধপ ধপীয়া। Curdle (716) v. i. 10 congeal, to thicken দৈ মাৰ, থপথপীয় হ, থিৰ হ, গােটমাৰ; পাচি মাৰ (গাখীৰ)। Cure (fata) 1. act of healing, remedy আৰােগ্য, সুস্থতা, ৰােগীৰ শুশ্রুষা, বেমাৰ ভাল কৰা উপায়, বেমাৰৰ প্ৰতিকাৰ, চিকিৎসা। —t,t. t) heal, to restore to health otct *, 93 কৰ, বেমাৰ গুচা, দোষ গুচা ; to reserve loy drying, salting ctc. সিজাই শুকাই লোণ দি বেয়া নােহাৱাকৈ ৰখ, খৰা। —able alj. that may be cured আৰােগ্য কৰিব পৰা, ভাল কৰিব পৰা। Cure-all v. a panacca সৰ্ব্বক ঔষধ । Curing-house = কোনো বস্তু ধৰােৱা ঘৰ। Curfew (কার্ফিউ) n. an cvening bell 091914 দিনত ইংলণ্ডত গধূলি চাকি নুমাবলৈ আদেশ দিয়া ঘণ্টা। Curmudgeon ( কর্মডজন্) n. a miser, an ill- 11atured fellow কৃপণ, আঁতৰালী। Currant ( কাৰেণ্ট ) , a kind of raisin was কিচমিচ। Currant (*1040) il. running, a stream, course সেঁত, ধাৰ, প্রবাহ। - adj. flowing, a passing from hand to hand, in circula- tion চলিত, প্রচলিত ; present বর্তমান, হাল। Currency circulation প্রচলন, চলন; money in circulation দেশৰ চলিত মুদ্রা যা তাৰ নিৰ্দ্ধাৰ্য্য মূল্য। -office যি অফিছত চর্শী টাকলালৰ মুদ্ৰা আৰু নােটৰ হিচাব ৰাখে। To give currency to == প্রচলন কৰ, চলা। To pass current--- আচল বুলি ভাব কৰ, নিউজ বুলি ধৰ। The current year = চলিত চন, বর্তমান চন, এই বদুৰ। A news is current= এট। খবৰ ওলাইছে। Curriculum (cafaftutti n. the course of study in a school or college পঢ়াশালিৰ নিৰ্ধাৰিত পাঠ্য। (pl. Curricula). Curry (কাৰী) . a kind of stew seasoned with spices *778911 Curry powder stato দিয়া মছলা। Curry (ta) v. t. to dress leather, to rub and clearn জৰ ছাল পৰিষ্কাৰ কৰ, খোৰা মলি আঁতা, খৰ বুৰু মাৰ ; to scratch আঁচোৰ। Currier n. one who dresses tanned leather চামৰা আঁতাওতা। -comb ঘোঁৰাৰ গা নিকা-কৰা 271: To curry favour=to seek favour by flattery উচতাই অনুগ্রহ বিচাৰ, খাট, উপাস কৰ। Curse ( *16.) v. t. to invoke evil upon , শাও দে, অভিশাপ দে। —n. invocation of evil upon অমঙ্গল 'বাহা, অভিশাপ, শাও; torment Cursed adj. under a শাপগ্রস্ত, ঘৃণনীয়। Cursive (কার্টিভ) adj flowing পকোৱা ( লেখা)। Cursively adv. খৰকৈ। Cursory (*16**) adj. hasty, superficial লৰালৰি, ততাতৈয়া, উলামুলা। Cursorily adv. ওপৰে ওপৰে, ততাতৈয়াকৈ। On cursory view = লৰালৰিকৈ চাওতে । rare Curio (কিউৰিয়' } 11. any or curious article যি কোনাে দুর্লভ আৰু কৌতুহলােদ্দীপক to curious (কিউৰিয়া) 1. inquisitive facta ইচ্ছুক, জিজ্ঞা; singular, rare, nicely made পাবলৈ নােহােৱা, আপুৰুগীয়া, অপূর্ব, কৌশলপূর্ণ। Curiosity n. state of being curious optface ইচ্ছ', কৌতুহল ; anything rare অপূৰ্ব্ব বস্তু, আপুৰুগীয়া বস্তু। -ly adj. carefully, singularly, attentively ব্য ধাউতিৰে। Curl (74) v. 1. twist into ringlets কেকোৰা-কেকুৰি কৰ, পাক খুৱা, মেৰা। to shrink into ringlets কেকোৰা হ, পাকখা। --n. a ringlet of hair (*1971 fa ; a bend- ing পাক। Curly adj. having curls জুটুল, কেকোৰা-কেকুৰি চুলি থকা। Curly-headed = চুলি-কেকোৰা, কেকোৰ-চুলীয়া । Curlew (*195) . a long-beaked moorland bird এবিধ দীঘল ঠোটৰ পিতনি অঞ্চলত চৰি ফুৰা চৰাই। curse