পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Abecedarian [ 2 ] Abortivo mcans Abecedarian (এ-বি-চি-ডেৰি-আন) adj. বর্ণানুক্রমে সজাই ৰ; প্রাথমিক জ্ঞানৰ অধিকাৰী—তাচ্ছিল্য অৰ্থত। a, b, c, d,—এই আধৰ কেইটাৰ লগতে চিনাকি। Abed adv. in bed, on the bed শােৱা-পাটীত, শয্যাত। Aberrant ( এবাৰেণ্ট ) adj. আচল পথৰ পৰা তাতৰি যাতাজন ; ব্যতিক্রম, abnormal ; অপ্রাকৃতিক, straying from the natural type. Aberration ( 491677) n. deviation from the right path অচল পথ বা নিয়মৰ বাহিৰে চলন ; বিকলতা; বাট এৰি ( বাটে যাওন ; দেখাত কোনাে নক্ষত্রৰ ঠাই সলনি। Abet () v. t. to incite or aid (used in a bad sense) কোনাে বেয়া কাম কৰিবলৈ উদগা বা তাত সহায় কৰ। —ment n. বেয়া কামত সহায় কৰাটো। Abettor . যি বেয়া কামত বা জগৰীয়া কামত সহায় কৰে। Abeyance (এবে’য়েঞ্চ) suspension স্থগিত অৱস্থ ; মুলতুবী থকা । Abhor 0. t. to dislike ; to detest 97902 431; অতিকৈ বিণকৰ, ভয়ত কোচ খা~-rence n. অতিশয় বিণ। rent adj. detesting অতিশয় ঘিণকাৰী । Abide ( 49155) v. i, to stay or dwell in a place বাস কৰ, থাক। —v. t. to tolerate সহি থাক, পালন কৰ (with by)। Abiding adj. lasting ; continual stål; সদায় থকা, চিন্তন। Abigail (এবিগেই) n. হাতী লিগিৰী; লাচনি- পাচনি কৰি দিয়া তিৰােতা। Ability ( এবিলিটি) n. power; skill ক্ষমতা ; সাঠন ; সাধ্য। Abilities=powers of the mind মানসিক শক্তিসমূহ। Abiogenesis (এবাজেনেচিচ ) জড়বস্তুৰপৰা জীৱলগা বস্তুৰ জন । Abject (এবজেক্ট) adj. mean, worthless আম, নীহ; অকর্মণ্য। Bjuve (199944") v. t. to renounce upon bath, to repudiate শপথ খাই এ ; শপত খাই এই কৰ; অস্বীকাৰ কৰা। Abkari (আব-কাৰী) a. or adj. মদ, ভাঙ্গ, কানি বিষয়ক বা তাৰ মাচুল। Ablative (এম্নে’টিভ) adj. অপাদান-কাৰক বিষয়ক। Ablation আঁতৰ কৰণ। অস্ত্র-চিকিৎসাত অঙ্গ উঠাই পেলোৱা। Able (077) adj. having strength or পাৰগ, সমৰথ ; কোনাে কামত পৈণত, পাকৈত। —bly adj. নিপুণ ভাৱে । Ablaze ('*) adj. in a blaze or on fire জুইৰে পােহৰ, জ্বলন্ত, জ্বলি থকা Ablution (একুশ) n. the act of washing কোনাে পূজা-সেৱা কৰাৰ অভিপ্রায়ে স্নান, শুচি হবৰ নিমিত্তে গা ধােৱাটো। Abnegate ( বৃনিগে'টু) v. t. to renounce UTST Self-abnegation = আত্মত্যাগ ; কোনাে সৎকাৰ্যত দেহেকেহে লগাটো। Abnormal (এনমেল) adj. irregular অসাধাৰণ, অনিয়মিত, অবিধি ; আজোখা । Aboard (41415:) adj. in a ship or a boat জাহাজত বা নাত । When he went aboard= যেতিয়া তেওঁ জাহাজত উঠিল । Abode (47'5) n. dwelling place 71 7e; থকাটো Abolish ( cafas) v. t. to make void, to put an end to ৰ কৰ, উঠাই দে। Abolition (fa) n. the act of abolishing ৰ কৰাটো, উঠাই দিয়াটে।। A-Bomb আণবিক বােমা। Abominate (Qafacat) v. t. to hate bitterly অতিশয় ঘিণ কৰ। Abominable ('facant) adj. hateful gratui —ation n. ঘিণ ; ঘিণলগা বস্তু। Aboriginal (wafafataal) adj. first ; primitive আদিম ; অতীজৰেপৰা থকা ; খিলঞ্জীয়া অধিবাসী। Aborigines ( এবৰিচি) n. আদিমবাসী মানুহ । অতীজৰেপৰা থকা কোনো দেশৰ থলুৱা লােক- বিলাক। (সদায় বহুবচনত হয়)। Abortion (93-99) 11. অকাল জন্ম, গর্ভপাত ; বিনচ। Abortive (49265) adj. unsuccessful; pre- mature বিনচীয়া; নিল, ব্যর্থ।

n.