পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Con ( 145 ) Concern a to a against. Pro and con=for and against সপক্ষে আৰু বিপক্ষে, কেউপিনে। Con (*) v. t. to commit to memory *** কৰ, আৱৰা ; to direct the steering নাৱৰ গুৰি ধৰ। —ning . মুখস্থ কৰণ। Concatenate { ককটি’নেট) v. t. link together, to unite in the series tan fæ লানি লগা, শৃঙ্খলা কৰ । --nation n. a series of things united সানি, লান, পৰস্পৰ সংযােগ। Concave (ক’-কে} adj. curved, arched, inner side of any rounded body fecata থােৰ খােৱা, ঘূৰণীয়া বৰ ভিতৰ ভাগ, ধেনুভিৰীয়া। (opposite of Convex ) ! hollow ল; a vault পাথৰৰ ধেনুভিৰীয়া গাখনি । --vity n. the inner surface of a hollow body ঘূৰণীয়া গােটোং বস্তুৰ ভিতৰ ফাল, গেটোং অৱস্থা, গােটোং বস্তুৰ ভিতৰৰ ঘেৰ। Concave- convex=এফালে খােল এফালে উঠঙা (যেনে কেৰাহী)। Conceal (radio) v. l. to keep secret, to hide, to disguise গােপন কৰ, আৰ কৰ, লুকা, ভাৰ। —ed adj. গােপনীয়, লুকুৱা। —ment .. the act of concealing, secrecy cateva ota- কৰণ ; hiding place লুকুৱা ঠাই, গুপ্তস্থান । Concede ( 16 ) v. t. to give up, to sur- render এৰি দে ; to grant, to admit কৰ, বীকাৰ কৰ। —0. i. সম্মত হ। (L. cedere =to yield ). Conceit ( কীট ) self-importance, over- estimate of one's self, vanity IT Gta, গপ, গেম, অহঙ্কাৰ, অভিমান। -ed adj. vain গণী, অহঙ্কাৰী, ফুটংগিৰী। Out of conceit with =having no more liking for হেঁপাহ নথকা, আৰু ভাল নলগা, আমনি। Conceive (কীভ) v. t. form in the womb গর্ভধাৰণ কৰ ; to imagine, to think ভাব, অনুভব কৰ, অনুমান কৰ, বুজ। . i. to become pregnant গৰ্ভৱতী হ, সগর্ভা হ; to think 614 * 1 -able adj. that may be conceived or understood বােধগম্য, ধাৰণা কৰিব ৰা বুজিব পৰা। (L. con=together, capere= to take ). 19 Concentrate (ক-চেন'ট্রেট) v. t. to bring to common centre or to a closer union গােটাই মাজতে একোই কৰ, চপাই আনি একেলগ কৰ, ধূপ ধুৱা । -tration . condensation একেলগ কৰণ, গােট বান্ধন ; act of keeping the mind fixed মনৰ একাগ্রতা, মনৰ স্থিৰতা। —tive adj. tending to concentrate গােটধাব থােক। Concentric (ক-চে’-ট্রক) adj. having a common centre (with) কেবাটাৰৰ মাজত এটা মাত্ৰ কেন্দ্ৰ থকা, সমকে যুক্ত। Concept (45) n. an abstract idea, a general notice সাধাৰণ বােধ, সংস্কাৰ, ধাৰণা। Conceptacle n. a receptacle বাহ, কোনাে বস্তু catai 720721 672 ; a follicle, or seed vessel কোনাে গহৰ গুটী থকা বাহ; বীজ কোষ । Conception ( কন্-চে'পশন্) n. the act of conceiving 6479; the thing conceived, a notion ধাৰণা, অনুভব, বোধ যেনে, I can form ao conception of it=এইটো মােৰ বােধগম্য নহয়, মই এইটো একো অনুভব কৰিব পৰা নাই। -tive adj. capable of conceiving (1997), ধাৰণা কৰিবপৰা। Conceptualism ( *2750grafouri) n. mediacval philosophical doctrine concerning the reality of things perceived by the senses, asserting that universals have reality but only in the mind মধ্যযুগৰ এক বিশেষ দার্শনিক দৃষ্টিভঙ্গী, যাৰ অভিমত ইন্দ্রিয়ানুভূতিৰ সিপাৰে বস্তু কোনাে অস্তিত্ব নাই—সকলাে বস্তুৰে অস্তিত্ব কেৱল মানবীয় ধাৰনতেই আছে, ধাৰণাবাদ। Concern (কন্‌চার্ণ) v. t. to belong to, to affect or interest সংস্রব ৰাখ, সম্পর্ক ৰাখ, লগাভগা হ, গাত লাগ। ---n. that which belongs to one সংসর্গ, সম্পর্ক, লাভগ; a business লেন্‌দে, কাৰবাৰ, ব্যৱসায় ; interest স্বার্থ ; anxiety ব্যগ্রতা। Concerning prep. regarding, relating to সম্পর্কে, বিষয়ে। -ment n. an affair কাৰ্য, বিষয়। interest Ther; importance *I I have no concern in the matter=সেই বিষয়ত মােৰ কোন সম্পর্ক নাই। It is a matter of much concern 1. to