পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Chivalry [120] Chou and i. a Chivalry ( শ্বিভেৰি 0. tsages qualification of knighthood in ancient times আগৰ দিনৰ বীৰসকলৰ গুণ আৰু ৰীতি, বীৰত্ব। --rous, -ric adj. pertaining to ehivalry বীৰত্ব সম্বন্ধীয়; gallant সাহীয়াল, যুজা। Chlorine (arba) n. a kind of gas 9f44 1 যা বাষ্প। Chlorodyne {কুৰডাইন্ n. আফিং আদিৰে কৰা এবিধ পেটৰ বেমাৰৰ পৰব । Chloroform (ক্লফর্ম এবিধ অচেতন ক staat uzai - ". I. to make insensible loy chloroform দৰব সুঙাই অচেতন কৰ। Chock (1557 ) n. a wedge, a log 641621 galat বস্তু বাগৰিব নােৱাৰাকৈ দিয় কাঠ বা আন ঠেকা। --. ৫. ঠেকা দে, ভেজা দে। Chocolate ( চকলেটু) , kind of small sweet cake prepared by grinding the seeds of cocoa-tree এবিধ চলাচকল বিলাতী মিঠৈ ; dark brown colour গভীৰ ৰঙচুৱা ৰং। Choice (56$5) n. act of choosing, the thing chosen বান, বহু কাৰ্য্য, ইচ্ছা, মনােজ্ঞ বা মনখােৱা বস্তু ; preference পচন, মনােনীত কৰণ, বাছনি। adj. select মনােজ্ঞ, মনখােৱা, বাছি ইনীয়া, ভাল । Make choice of=বাহি ল। At choice =ইচ্ছামত। Without choice=নির্বিচাৰে। Choir (*) . a band of singers in a church গীর্জাত গান গােৱা গায়কৰ ল; a part of a church set apart for the singers গীর্জাঘৰত গায়কসকলৰ বহু ঠাই। Choke (59) v. t. to stop the breath or facate **; to throttle or suffocate to (597766 v. i. to be suffocated beta- নিশাহ নােপােৱা ই, কে হ। '-damp ইশা নিৰােধ কৰা কাপ। er . উদাহ নিৰাষক। of উশাহ নিৰােধ কৰি মাৰ, টেটুত ফেণা দি tai ky adj. tending to choke ata নিৰােধক। Choler (19) R. the bile ar fae, fe; anger 1-tic adj. passionate foresten, পাল। Cholera (cat) n. a deadly disease attended with purging and vomiting মাউৰ, হাইজা বেমাৰ। Choose (56) v. t. (pa. l. chose; pa. p. chosen) to select বাছি ল, ভাল পা, পচন কৰ, মন খা, মনােনীত কৰ। —v. i. to will ইচ্ছা কৰ, মন Not much choose between = এটাই কেউটা সমান বেয়া, বাহিবলৈ একো নাই । Cannot choose =কি কৰিম্ ! আৰু উপায় নাই। Chop (569) v. t. to cut into small pieces কুবিয়াই কাট, ডােখ ডােখৰ কৰ, পুকুচ; to barter কিনা বেচা কৰ। -. to change about এবাৰ ইফালে এবাৰ সিফালে যা, ঘূৰি ফুৰ। -1. a blow ot; a small piece of mcat ডােখৰ, ঋতুৰ; a change পৰিবৰ্তন। pen. a cleaver মাংস কুটুতা ; Chopping knife গুহ কটা কটাৰী। --ping adj. plump (167 নােদোকা। house=a dining house খানা খাবলৈ দিয়া দোকান ঘৰ। -sticks n. (pl.) চাইনিজবিলাকে আহাৰ খােৱা কাঠি (কাটা, চামােচৰ পৰিবৰ্তে ব্যৱহাৰ কৰে)। into interrupt হকাবধা ক। এt মাৰিবলৈ বা ঘলিয়াবলৈ টোৱা। –up খুকু। Chop (557) (pl.) jews 610477 819 দুডাল ; one who has fat cheeks ওফোলাগলা মানুহ। –fallen=cast down মনমৰা, হতাশ। Choral or Coorabe (+692) adj. belonging to a choir শীত বা গীত গােৱা ঠাই । Chord (35) n. the string of a musical instrument 178 harmonious, union of sound atata *** f; the straight line forming the segment of a circle বৃত্তৰ কোনাে এক অংশ পােন শোৰ। To to-ch the right chord=ম স্পর্শ কৰ, গহীন ভাবেৰে ক। Chorus (ক’ৰচ) . a band of singers' or dancers গায়ক বা নাচৰীয়াৰৰ মােৰা ; a part of song in which all the singers join গানৰ ধু, হােৰ। Chou (C) n. an ornamental knot of ribbon মেষ চাষ পী বা চোলাত পিন্ধা ফিটাৰ ফুল। 1.