পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Chance! [113] Chape sca কথা; opportunity, luck দাও, সুযোগ, চল, ভাগ্য, অদৃষ্ট ; probability আশা, সম্ভব। (pl) misfortunes দুর্দশা, দুর্ঘটনা বিলাক। ---.1. lo hazard as I --- i. to happen itt, ঘট । By chance - দৈৱাৎ, হঠাৎ, এনেয়ে, অকস্মাৎ। Even chance - ভাল বেয়া দুয়ে হব পৰা, কোনাে চয়-নিশ্চয় নথকা। Stand a good chance =সম্ভর To take one's chance =tal 26 নহওক বুলি ভাগ্য পৰীক্ষা কৰি চোৱা ; প্রমান বুজা। Chancel (6560*') n. the part of a church where the altar stands গীর্জাঘৰৰ বেদী বা থাপনা থকা ভাগ। Chancellor (6563973) the president of a court, jury or university etc, a বিচাৰক বা সভাপতি। Chancellor of the Exchequer -- বৃটিচ ৰাজ্যৰ ৰাজহবিষয়ক প্রধান মন্ত্রী। Chance-medley {চ্চেঞ্চ-মে’ডলি ) n. homicide by an accident হুমূৰাত মৃত্যু; হুমূৰা। Chancery ( চেঞ্চেৰি) n. a division of the High court of England ইংলণ্ডৰ হাইকোর্ট। দেৱানী আদালত। Chandelier ( চেণ্ডিলিয়) a frame which branches for holding lights 7* $1870 ভালেমান চাকি লগাব পৰা সঁজুলি, জাৰফানু। Chandler (6060 9135) n. a dealer in candles etc. মমবাতি আদি বেচেঁাতা, সাধাৰণ মাল বেচা বেপাৰী। Ship-chandler == জাহাজৰ আহাৰীয় বস্তু যােগনীয়াৰ বেপাৰী। Change (C6) 0. t. to alter, to give one thing for another, to exchange *01, afa কৰ, এটাৰ বদলি আন এটা দে, বদল; to give a smaller coin for ভঙ্গ (যেনে টকা)। — i. to become changed সলনি হ, কাপােকাণি সলা। of changing, alteration safa, পৰিবৰ্ত্তন, বদল, ৰূপান্তৰ ; small coin সৰু ধন, otsalat 41 - ble adj. liable to change, fickle অস্থিৰ, পৰিবৰ্তনশীল, ঠিক নথকা। ableness সলনি হৰপৰা $91 -less adj. constant সদাই একেদৰে থকা, লৰচৰ নােহােৱা। one that changes or exchanges সাওঁতা, ধন সলনীয়াৰ। Change colour=লাল পা; বিবর্ণ হ। Change one's mind -- to alter 15 one's opinion মত বদল, মত পৰিবৰ্তন কৰ। Change one's self-কাপােৰকাণি সলা, সাজ সল। Change one's tune :- ভাবভঙ্গী পরিবর্তন কৰ, ৰঙ্গ গুচি শাে ক হ । Ring the changes - জাল টকা চলা; দোকানীক ভুৱা দি সৰহকৈ ভগনীয়া ; পৰিমাণে বাৰে বাৰে সলনি কৰ। Change hand - এটাৰপৰা আনটোক দে, হস্তান্তৰ He has gone down for a change তেওঁ হাওয়া বদলাবলৈ ভাটিলে গৈছে। Changeling 7. চুৰকৈ সলাই অনা বস্তু বা লৰা- ccatat anything substituted by stealth. Channel (C56CH'T) n. the bed of a stream at যােৱা স্বাভাৱিক খাল বা খাৱৈ ; সৃতি নদীগ ; narrow থেক সাগৰ, শেজা, প্রণালী, সেঁাতা ; mcans of passing way.fant ** উপায় । Through the proper channel=-ওপৰ- ৱালাৰ যােগে, আচল বাটে। Chant (C6606) v. t. to sing 10 sti; to recite in a singing manner 97 72145 45 21 0918 কৰ। —t. a song, melody গীত। er 11. 2 singer পাঠক, গায়ক। Chaos (69-846) n. confused mass, disorder খেলিমেলি বা বেমেজালি অৱস্থা; the state of matter before the creation 167 opfor অৱস্থা। --tic adj. confused খেলিমেলি, বেমে- জালি, দিহা-নাগােৱা, বিশৃঙ্খল । Chap (চ্চেপ) v. i. to crack ফাট মেল ; to knock টুকুৰীয়া, টং টং a chink pto ; a fissure in the skin গাৰ ফাট ( যেনে জাৰত হয় ), টোকৰ। -ped adj. ফাট মেলা (যেনে ৰদত মাটি )। --py adj. ফাট মেলা ; ছিছি । Chap (চ্চেপ) . a young fellow ৰা, লােক, যেনে--He is a clever chap == তেওঁ বৰ টেঙৰ লােক। --s. n. jaws দাত থকা মুখৰ হাড় দুডাল। --fallen adj. 9224 ( See chop fallen ). Chape ('6557) n. metal cap for the point of a scabbard তৰােৱালৰ আগটো ঢাকি ৰাখিব পৰা ধাতুৰ ঢাকনি ; metal mounting at top of scabbard which bears ring for attaching to a belt কঁকালৰ টঙালিত আঁৰি ল'ব পৰাকৈ -1.act Ser 77.