Canker [97] Canton n. an Canker (6**17) n. a disease in trees or in horses ভিতৰে ভিতৰে খাই গছত ধােন কৰা বেমাৰ, ভেঁৰাৰ ভৰিত হাের পদমন বেমাৰ ; anything that corrodes যিহৰপৰা গেলি-পচি যায় বা নষ্ট হয় । ——0. t. to eat into or destroy ভিতৰে ভিতৰে খাই নে, নষ্ট কৰ। -0. i. to become corrupt গুচ, বেয়া হ, গে। --worm , গছখােৱা পােক। -ous adj. Cannibal (cafatza) n. a man-eater fe sutaz2 মঙহ খায়, নভুক; মানুহ-খােৱা লােক । sm . the practice of eating human flesh qe খােত প্রকৃতি। Cannon (কেন্) n. a great gun বৰহিলৈ ; বৰ- তােপ। Cannon-ball safetara **1 011 -ade n. the act of attacking with can- nons বৰতোপ উৰাই আক্রমণ কৰা কাম, তোপ facts! -. t. to attack with cannon বৰহিলৈ মাৰি ধ্বংস কৰ, বৰহিলৈৰে আক্ৰমণ কৰ। -ry (কেননৰি) n. artillery হিলৈদাৰি সেনা, গােলন্দাজ ; cannonading তোপ নিক্ষেপণ । Cannot (CRC) v. i. to be unable catatay, অপাৰগ হ, অসমর্থ হ। Candy (cafe) adj. shrewd, cautious for, সতর্ক, ফুটমনীয়াৰ ; gentle শান্ত, ধীৰ ; comfor- table সুখকৰ ; sly ধূর্তং । Canoe (2) n. a boat made by hollowing the trunk of a tree ato Canon (677) n. a rule in ccclesiastical matter শাস্ত্ৰৰ ব্যৱস্থা ; খ্রীষ্টীয় ধর্মশাস্ত্ৰৰ মূল বিধান- বিলাক, শাস্ত্রীয় বিধান; rules বিধি ; ধর্মোপদেশকৰ উপাধিবিশেষ ; a list of saints সাধুসকলৰ তালিকা। -ist ধর্মশাস্ত্র পণ্ডিত। —ise v. t. to enrol in the list of saints সাধুপুৰুষসকলৰ শ্ৰেণীত নামভুক্ত কৰ। -aw শাস্ত্র ; —ical শাস্ত্র- মূলক, ধর্মবিষয়ক । Ecclesiastical canonicals =the recognised dress of the clergy পাদ্রীচাহাবসকলৰ সাজ। Canopy (af) n. a covering over a throne or bed 50tU! ---. t. to cover with a canopy চন্দ্রাতপ তৰ। Canopy of heaven= the sky আকাশ। Canopus (কেনপাচ) n. a bright star in 13 the southern constellation দক্ষিণ আকাশৰ এক নক্ষত্রপুঞ্জ এটি উজ্জ্বল তৰা। তৰাটোৰ নাম অগস্ত্য । Canorous (কেন) adj. melodious সুশ্রাব্য। Cant (*) v. 1. to speak in a hypocritical style গহীনভাবেৰে পাঠ কৰ, মন্ত্র পাঠ কৰ, ধৰ্মৰ ভাব দেখুৱাই পঢ়। affected speech the ধৰি গােৱা কথা; a jargon দোৱান, নিজৰ দলৰ মানুহৰ বাজে আনে বুবি নােৱাৰা কথা। Cant (6) inclination from the level হেলনীয়া বা আওলীয়া অৱস্থা ; a jerk Contatti -v. l. to tiltor toss suddenly হামধুৰি খুৱা, জুটি খা। Cantab (6*764') ady. pertaining to Cam- bridge কেজি বিশ্ববিদ্যালয়। abbr. Can- tabrigian. Cantankerous (card*125) adj. illtempered, quarrelsome খিটখিটীয়া, সন্দুৰ, কেটেরিয়া। Canteen (Pon) n. a tin vessel for liquors মৰখা টিনৰ পিপ; a refreshment house in a garrison সৈন্যৰ ছাউনিত দিয়া মদৰ দোকান। Canter (কেপ্টাৰ) n. an easy gallop বোৰ কদম (4+1 -0.i. or 0. t. to move at a moderate gallop কদমই যা। Canthus (645) n. the corner of the eye where the eyelids meet চকুৰ পিৰিকটি। (pl. Canthi). Canticle (capopan) n. one of the prayer-book hymns প্রার্থনা-পুস্তক স্তোত্র। Cantle (কেপ্ট) 1. a fragment or edge any- thing খণ্ড, ডােধ, দাতি, কান ; the hind part of a saddle ঘোৰাৰ জীনৰ পাচফালৰ ভাগ। -0. 1. to cut a piece from 61** কাট। -ings a. ডােখাডুখৰিবিলাক। Canto (coot) n. a division of a pocm 70- পুথিৰ আধ্যা, পৰিচ্ছেদ। (pl. Cantos). Canton (6) n. division of a territory কোনাে দেশৰ শাসন বিভাগ, শাসনাধীন অঞ্চল। to divide into districts সুবিধাৰ নিমিত্তে দেশ বিভাগ কৰ; to allot quarters to troops সেনাৰ নিমিত্তে থকা ঠাই নির্দেশ কৰ ছাউনি কৰ। --ment n. a military a
পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই