পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bulge ( 86 ) Bumptious an onion কাচৰ কোনাে ঘূৰণীয়া সৰু বস্ত ; electric light container বিজুলী-চাকি লগােৱা কাচৰ টেম। to swell, to form bulbs আৰু ধৰ, আলুৰৰে ঘূৰণীয়া হ। adj. having round roots ঘূৰণীয়া আলু i. n. ous 12. a Bulge (91) n. the swelling in the middle as of a cask পিপাৰ মাজ ভাগ, যেই সেই বস্তুৰ ওফোন্দা ভাগ, টেমুনা, মেক। —v, i. to swell out ওফশ, ভাগ, টেমূনা হ, উখহ। Bulk ( বাঃ) , size আকাৰ; the greater part সৰহ ভাগ, বেচিভাগ ; the whole cargo in the hold of a ship cutitofafa catett মাল। -y adj heavy and unwieldy আকোৱালিব নােৱৰা, গধুৰ, গেধেমা, লেখেপা ; of great size ato i-iness n. largeness of size বৃহৎ আকাৰ। To sell in bulk=থাকতে বা খেলতে হবে। To load in bulk=6 নকৰাকৈ খুলি বােজাই কৰা। Factory bulked= তৈয়াৰ কৰা ঠাইত জোখমাখ কৰি ভৰােৱা। Bulk buying মােটাই কিনা; কেবাবিধৰো বস্তু একেলগে কিনা ; পাইকাৰী জয়। Bull (501) n. the male of the ox kind sunt গৰু, নবন্ধোৱা মতা গৰু বা ম'হ, ঘাড় ; a sign of the zodiac 7-atro; an edict of the Pope ধর্মাধিকাৰ পােৰ আদেশপত্র ; person trying raise prices of stocks and shares (opp. to Bear) কোম্পানী কাগজৰ দাম বঢ়োৱা ফলেছি। u. t. to try to raise the price of shares কোনাে কাৰবাৰৰ অংশৰ মূল্য বেচি কৰিবলৈ চেষ্টা কৰ । baiting কুকুৰ লগাই দি যাড় গৰুৰ খং তোলা ধেমালি । -calf 1721 পােৱালি। —dog এবিধ ডাঙ্গৰ কুকুৰ। Bull- frog=atga (ora --fightxt 177 headed=obstinate tott, গােদা। —-eye এবিধ লেন্টা ; চানমাৰি লক্ষ্য ; ঘূৰণীয়া আয়না লগােৱা খিৰিকী। John BullBeaty wife A bull in a china-shop=a man completely out-of- place বিশৃঙ্খলাৰী মানুহ। To take the bull by the borns=to face a danger with courage ম৷ে দীক আগবাঢ়। Bullet (বুলেট) . a small ball of lead discharged from a gun বন্দুকৰ গুলী। Bulletin (বুলেটি) an official report atu- কীয় বৰ, ঘােষনাপত্র। Bullion " (gforze) n. uncoined gold and silver সাধাৰণ সােণ-কাপ (অর্থাৎ নম)। Bullock (que) n. an ox, castrated bull 477 গৰু, বন্ধোৱা গৰু। Bully (বুন্নি ) , a quarrelsome fellow Tv বিচাৰি ফুৰা মানুহ, কাজিয়াখােৰ; a hired ruffian 911 -v. t. to threaten in a noisy manner 61; fui ----v. i. to bluster গােৰণােৰাই উঠ। Buirush (বুৰাচ) kind of marshy plant পানী থকা দ মাটিত হােৱা এবিধ শকত বন। Bulwark (79-631*) n. a fortification বুক, কোঠ, গড়, কি; ineans of defence 76, বেষ্টন । --v. t. to defend 976 7131 Bum (a) v. i. to make a humning noise গুন্ গুন্ কৰ, ডোভােৱ —bailif চেৰিফৰ তলে টেকেলা। —boat, ডাঙ্গ জাহাজত বাটৰ সামগ্রী চপাই দিয়া নাও। Bumble-bee ( 3797.a) n. a large kind of bec বৰমে। Bumble-footed (TT-P75'5.) adj. club footed মেৰণীয়া বা টোপােৰ-ঠেঙ্গীয়। (যেনে কুকুৰাৰ বেমাৰ)। Bump (1) v. i to make a loud noise চি'ৰ। —v. t. strike against খুন্দা খা। a thump, a heavy blow খুন্দা, ঠেকা, খুন্দাখাই উহা ; জপিয়াই যোৱা (ঠেকা খাই)। Bumper (moto) n. a glass filled to the brim মুখলৈকে পূৰ এটি বা এগিলাচ ; any- thing in a large measure ওপচখাই হােৱা কোনাে বস্তু।—এdj. ওপচখাই হােৱা, ভৰপূৰ। A bumper crop=ভৰপূৰ খেতি, উপচি যােবা to Bumpkin (tr) n. an awkward rustic জল চহা মানুহ। Bumptious (*747950) adj. self-important, impudently self-assertive মইবৰ, ওফাইডাং।