পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কৰিম। সমপ্ত, বাসে কৰে কংশন। সমন্তে ৰাস ভম হেৰে যেষে শাপে ঋৰি কৰি কষ্ট। নশপত ক্ৰোব | উপজিয়া মনে, অপব্ৰত হোৰ না। সিহেতু ৰাক্ষস | যুক্ত নষ্ট কৰে, ঋধিৰ বনে অসুখ। উ গুলগুগুল। চিত্ত অসন্তোষ, উপজয় বৰ দুখ। পাচে ধ্যান কৰি | সকল বৃত্তান্ত জানিলন্ত নিবে। ৰাক্ষস ববি, | অৱতৰি হৰি আছা দশৰথ ঘৰে। তা আনি সবে ৰাক্ষস মায়া, কৰে। যা সমাপতি। এই মনে গুণি, চলিলন্ত মুনি, | ৰামক আনিবে প্ৰতি। শৰৎ বাজ, পুত্ৰৱতে প্ৰজা পালি সুখে অযোধ্যাত। আছ নৃপতি, যেন সুপতি, | বদিয়া দিব্য সভাত। বশিষ্ঠ প্ৰমুখ্যে : পুৰোহিত সবে বসি আছি। মনে। ২ৰ আগত, | বৃহস্পতি আদি, | হেন মহামুনিগণে। সুম? সহিত | মহামন্ত্ৰী সবে, ৰাক গাছে উপসি।