এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সাহিত্যৰ সাধাৰণ সক্ষণ। উঠ—বিন্ধ কৰি নিচিনা। হাত~পাছ (গছৰ পাত) যেন। উফৰহা ( কল-গছ ) দেন, বা হাতীৰ কৰ ধেন। ডিঙি—সিংহৰ ডিঙি যেন। ককাল, ডম্বৰুৰ মাজ ভোখৰ যেন। পানী ফটিক যেন। মাত – কুলি চৰাইৰ নিচিনা। ভূ-ধেনুৰ নিচিনা। চুলি-গাপৰ বেত বেন। বৰণগোলাপ বা পদুমৰ পতিৰ নিটিমা। ৰজা –লাতুৰমণি যেন। সোৱণ– জমৃত বা যে খেন। টেঙ1–8ণ যেন। পণ্ডিত--বৃহস্পতিৰ নিচিনা। গভীৰপৃথিবী যেম। গীৰ-সাগৰ যেন। ওখ--তাল গছৰ নিচিনা। অটল— পৰ্বতৰ নিচিগা। ৰূপ-কাকি বা ৰতিপতিৰ (কামৰ) নিচিনা (পূকৰ) ৰতি বা লক্ষ্মীৰ নিচিনা স্ত্ৰী ]। কূলীয়া—তিহৰ জালি বেন। কোমন—গৱন্ত বা গাখীৰৰ ফেন যেন। বুহু (নিৰ্দয় )—কাঠ বা শিল যেন। ভয়ঙ্কৰ-ঘমৰ নিচিমা। খঙাল—হবাসা মুনিৰ নিচিনা। উএ--কঢ় যেন। গমন—গজৰ (হাতী) নিচিনা (পুৰুষ) হাহৰ নিচিনা (ঘ)।