________________
আগৰ দিন। মহন্ত। সেই সত্ৰৰ মহন্তৰ সেৱ-জষা কৰিবলৈ যি লোক নিযুক্ত সেই ৰোৰ ভকত। কোনো দেৱতাৰ বা দেৱমন্দিৰৰ কাৰ্য্য চলাওঁতা লোকক দেৱলীয়া বোলে। সত্ৰ আৰু দেৱালয় অথবা কোনো অৱস্থাৰ আন কোনো বিষৰ কাজ কাম কৰা লোবিলাকক পাইক ৰোলে। কোনো লোকৰ দাস কৰা লোকবিলাকেই গেলাম। গোলামৰ ওপৰত গৃহস্থৰ সম্পূৰ্ণ কৰ্তৃত্ব; তাক নন, বিক্ৰয়, হস্তান্তৰ কৰিব পাৰে। পুল-কাৰ ওপৰতো পিতৃমাতৃৰ সেইৰূপ স্বত্ব। যিসকল লোকক ৰাই কোনো ধৰ্মালয় বা দেৱালয়ত অথবা আন কোনো লোকক সমৰ্পণ কৰে, তাৰ ৰাজদণ্ড বিনে ৰাজকীয় সকলে। গুছে। অৰ্থাৎ বাথৰৰ কৰ-কাটল, পঞ্চক, বেঠ, বেপাৰ, জলক, যৰক্ষাৰ চোৰ, ছিনলা, ধুমছি, মাড়েশা, দান, খুত, দণ্ড. বন্ধ, হাট, খাট, চকী, ফাট এইসকলৰ দায়ৰ পৰা সেইবোৰ মানুহ মুক্ত হয়। স্বাক সেইসোৰ মানুহ দিয়া হয়, সেইসকলেই সেইবোৰ ৰাৰ লব পাৰে। আমি যি সময়ৰ কথা লিখিছে। সেই সময়ৰ অসম দেশৰ প্ৰা সংখ্যা ২৪ লক্ষৰ অধিক নাছিল।