________________
আগৰ দিন। যি নিৰ্দিষ্ট কাৰ্য্য কৰিব লাগে তাকে সমাখা কৰিছিল। এইৰূপে বিষয়াৰ অধীনৰ চমুৱা মানুহৰোৰ নিৰ্দিষ্ট কাৰ্য মাত্ৰ কৰিছিল। ঝাড়ী মানুহৰোৰৰে সেইপ নিৰ্দিষ্ট কাৰ্য আছিল। চমুৱা খেলতো কঁাড়ী বা অতি তলতীয়া শ্ৰেণীৰ প্ৰা আছিল। কাড়ী শৰ নানা জনে নানা অৰ্থ কৰে। সেই কালৰ যুৰ প্ৰধান অস্ত্ৰ ঝাড় লৈ যুদ্ধলৈকো যাব পৰাৰ কাৰণেই বোধ গাড়ী বুলিছিল। চমুৱ। হলে মানুষ বিশেষে কোনো এটা নিৰ্দিষ্ট কাৰ্য কৰা লোৰুৰ শ্ৰেণীলৈ যায়। সি আৰু সাধাৰণ কাৰ্য কৰা লোকৰ শ্ৰেণীত নেথাকে; কিয়নো কাড়ীয়ে সফলতা কাৰ্য্যকে কৰে। কোনো সময়ত আকৌ কোনো নিৰ্দিষ্ট কাৰ্য কৰা ৰেণীলৈ নিনিয়াকৈ ৰাই চমুৱা কৰিব পাৰে আৰু কৰিছিল। চমুৱাৰ অনেক খেল বা বিভাগ। কাৰ্য ৰা ব্যৱসায় অনুসাৰে খেল বোলে। যেনে, সোণাৰীৰ খেল, গায়নৰ খেল। অনেক চমুৱা খেল একত্ৰিত হৈ যি জন বিষয়াৰ অধীন, সেই সকল লোককে সেই বিষয়াৰ মোৰ লোক বোলে। যেনে, টেকীয়াল ফুকনৰ মেলৰ সোণাৰীৰ খেল। বিশেষ বিশেষ কেতবিলাক খেল একেলগ হৈ কোনো ঠাইত থাকিলেও কেতিয়াবা সেইবিলাকক এখন খেল বুলিছিল। যেনে বৰফুকনৰ মোৰ নগা খেল। কোনো খেলৰ সকলো মানুহ একেলগে নেথাকে। একে খেলৰ মানুহ অনেক ঠাইত থাকিব পাৰে। তাৰ ঘৰ। তাৰ খেলৰ সৰ ব্যায়াত নামে, কেৱল সেই লোকে সেই খেলৰ নিৰ্দিষ্ট কাৰ্য কৰি থাকিব লাগে। যদি কোনো লোকে এইৰূপ কাৰ্য্য নকৰে তাক ভণীয়। ' বোলে। ভগণীয়াক খেলৰ বিষয়াই বলেৰে নিৰ্দিষ্ট কাৰ্যকৰাৰ পাৰে। ব্ৰাহ্মণসকলৰ ভিতৰতে। ঝাড়ী ছিল; কিন্তু সেইসকলে হীন কাৰ্য নকৰিছিল; আন কঁাড়ী বুলিলে সলোগাৰ্য্যকে কৰিব লাগে। কাড়ী আৰু চমুৱাৰ নিৰ্দিঃ ক। পীলফা আহিল, কাজী পৰা চৰালৈ যদি কোনো লোক যায়, তাৰ নাম কঁাড়ীৰ কাকতৰ পৰা কটাৰ লাগে; আৰু ফটোৱা বিধানো আহিল। নাম নকটালে সি যেই কি বিষয় পাওক, ফাড়ীয়েই থাকিল। বৰুতীয়ালৰ বৰবৰুৱাই এনি বাড়ীৰ হিচাপ লোত এদল কঁাড়ীৰ মাজত এটা পাইক নোলাল। সেই পাইফটো লৈ গল, এই বিষয়ে অনুসন্ধান হবলৈ ধৰিলে। কাড়ী গোপন কৰা এট। এ পণ। বিয়াৰ প্ৰতি বৰবৰুৱাৰ বৰ কোং হল আৰু তেও গও কবি