পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ ক সাহিত্যসংগ্ৰস্থ। । সেই এটাইবিলাক বধি তিষ্ঠিব পাৰি বাঢ়ে তেনেহলে অতি অলপ কালতে প্ৰৰিনী প্ৰাণীৰে ভৰি পৰিৰ। কিয় তেনে কেতিয়াও নহয়। প্ৰাণৰ সখা সৰহ হলে সিহঁতৰ মাজত নানা কাৰণৰ বাবে প্ৰতিদ্বন্দিতা হৈ উঠে। ৰি যোগ্য সি ৰক্ষা পায়, যি অযোগ্য লি নষ্ট পাৰ। জীৱন ৰক্ষাৰ নিমিত্তে যুজএইটো অলপ বুজিবলগীঘ। কথা। খাদ্য নোহোৱাৰ সময়ত ছটা কুকুৰৰ মাজত জীৱন ৰক্ষাৰ কাৰণে যুজ হোৱা বুলিব পাৰি। মিচটো নামৰে এবিধ গছত-গজ উদ্ভিণ আছে। সেইবিলাক সাধাৰণত এপল , গায়ক হয়। যদি একেডাল গছতে তেনেকুৱা বহুত মিচলটো গজে তেনেহলে এডলে। বাঢ়িৰ নোৱাৰে, হেচাহুেচি হোৱাত এটাইবিলাক মৰি খাব। যাকে মিচলটেবিলাক এডাল গছৰপৰা আন গছ এডালত হৰলৈ চৰাইবিলাকৰ সহায়ত। লাগে, কাৰণ চৰাইবিলাকে সিই তৰ গুটিবিলাক নি জান গছৰ খোৰোপত নেপেলালে আক জান উপায়ে সেই গছত মিচটেহব নোৱাৰে। চৰাইবিলাক সদাই মিচলটো থকা গছলৈ নাহে; সেই দেখি ভাবি চালে মিচলটোবোৰে, আন আন যিবিলাক গছে ফল উৎপাদন কৰি চৰাইবিলাকক আকৰ্ষণ কৰে, তেনেবোৰ গছেৰে জীৱন ৰক্ষাৰ কাৰণে প্ৰতিফলিত কৰে। এই দৰে প্ৰতিদ্বন্দিতা কৰি জীৱ সংখ্যা নমা হলে পৃথিবীত এক ভয়ানক ঘটনাহৈ উঠিলহেঁতেন। হাতীয়ে সকলোতকৈ কম সম্ভতি উংপালন কৰে। ভাৰ উইনে স্থিৰ কৰিছে যে। সাধাৰণত হাজীয়ে ৩৩ বছৰ বয়সৰ পৰা পোৱালি জগাবলৈ আৰম্ভ কৰি ১• বছৰ বয়সলৈকে তিনি যোৰ মাথোন পোৱালি প্ৰসৱ কৰে। এই মিয়ানে চলি গলে ৫০০ বছৰৰ মূৰত পৃথিবীত একেবোৰ হাতীৰপৰা ১০ মিযুক্ত হাসী উৎপন্ন হয়। কিন্তু হাতীৰ সংখ্যা ইমান সৰহ হলে কেতিয়াও এটাইবিলাক তিটিব নোৱাৰে; সিহঁতৰ মাজত তেতিয়া প্ৰতিদ্বন্দি তা হৈ সংখ্যা কমি যায়। আমি এতিয়া দেখিল্পে। যে কোনো জীবৰ সংখ্যা পৃথিবীত সৰহ হলে সিহঁতৰ মাজত জীৱনৰক্ষাৰ কাৰণে যুদ্ধ হয়, তাত fিকানে ৰক্ষা পাব জানবিলাক মৰে। ইয়াৰ ৰহত কি বুজা যাওক। পৃথিবীত যেতিয়া জীযবিলাক চাৰিওফালে চিটিকি পৰিল তেতিয়া সিহঁতৰ খ#i ঠাইৰ মাজত ভেদ হবলৈ ধৰিলে। কিছুমান গৰৰ দেশলৈ, কিছুমান