পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণীও। • বে ঠাইৰ পৰ তাৰতম্যৰপৰা জীৱবিলাকৰ মাজত প্ৰভেদ দেখা যায় মহাদেশবিলাকত যিবিলাক চৰাই আছে সেইবিলাকৰ বৰণ স্বীপবোৰত থকা চৰাইৰ বৰণতকৈ বহত উজল। সাগৰৰ দাতিত থকা গছগছনিৰ পাড়বিলাক সাধাৰণত খেছি তা৮ দেখা যায়। এনেকুৱা। উদাহৰখ আক যহত প্ৰভো আটিছে, তাৰ এটি উশাহৰণ দেখুৱালেই হৰ। ঘৰচীয়া হাঁহৰ ঠেঙ্গৰ থখুৰগতকৈ বনৰীয়া হাহৰ জেং,গধুৰতা বহুত কম। তাৰ কাৰণ এই'লে ঘৰচীয়া হাইবিলাকে ঠেঙ্গেৰেই সদাই কাম কৰে, লকি-চৰি ফুৰিব লাগিলে খোজ কাঢ়ে, কিন্তু বনৰীয়া হাঁহবিলাকে প্ৰায় সদাই উড়ি ফুৰে, সেই ফেৰি সিহঁতৰ ঠেঙ্গৰ কাম সিমান নহয়। এই কাৰণৰ নিমিত্তেই বৰচীয়া হাঁহ টেং বনৰীয়া হাহৰ ঠেঙ্গতকৈ গধুৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ কাৰ্য্যৰ উদাহৰণ প্ৰায় এনেকুঁৱই। কোনো বিশেষ অৱস্থাত পৰাৰ বাবে যা কেষ্ঠিয়াবা কোনো প্ৰকাৰ জীৱৰ এটা বিশেষ অঙ্গৰ কাম নোহোৱা হৈ পৰে। তেনেকু। হলে সেই অঙ্গৰ কমে হীন অৱস্থা হয় আক এই ৰকমে বহত পুৰুষৰ পাচত হয়তো জীৱটিৰ সেই অনাবশকীয় আদয়ে লোপ পাৰ। আয়ীচ বা উটচৰাইয়ে কেতিয়াও তৰৈ জোঁকাষ ব্যৱহাৰ নকৰে। কোনো বিপণ উপস্থিত হলে সি তাষ বলী catটাৰে গোৰ মাৰি শত্ৰক বিমুখ কৰে। অসুমান কৰি জানিব পৰা যায় যে এই উচৰাইৰ পূৰ্ব পুকৰবিলাকে সম্ভবতঃ ডৌকাৰ কোনো আৱশুক নেদেখি তাক ব্যৱহাৰ নকৰিছিল, বা কেতিয়াবা কদাচিত হে কৰিছিল। এনেটুৱা হোৱাৰ পৰা উটাইৰ ডৌকাবোৰ ছৰ্মল হবলৈ ধৰিলে আৰু ঠেত্বৰ কাৰ্য্য ৰাঢ়ি অহাত দেই জঙ্গৰে কগত ক্ৰমিক উল্পতি হবগৈ খৰিলে। অৱশেষত টট চৰাইৰ ডৌকা যখন কাম কৰি লৈ একেবাৰে অক্ষম হৈ পৰিল আৰু ঠেঙ্গৰ শফি ইমান বাঢ়িল বে তাৰ একে গোৰক্তে ভাঙ্গৰ ডাঙ্গৰ স্কেৰে। প্ৰাণ বধ হব লাগিছে। কেকোৰা প্ৰভৃতি সদাই মাটিৰ তলৰ আন্ধাৰ গাঁতত সোমাই থকা বহুত জীৱৰ চকুৰ আগক আক কাৰ্য্য নাম নথকাৰ বাবে সিহঁতৰ সেই আজ হীন বা বিকৃত হোৱা দেখা গৈছে। প্ৰাণীবিলাকৰ অপৰিসীম বৃষিয়েই সিহঁতৰ মাজত জীৱন ৰক্ষাৰ বাবে বটা মুছল কাৰণ। প্ৰত্যে ক জীৱই যিবিলাক সঙ্গতি উৎপাগন কৰে