পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰণীতত্ত্ব। ৪ কৰি সৃষ্টি কৰিছে, অসামাত সামগ্ৰত দেখুৱাইছে, সেই জন। পূবষৰ শক্তি আক মহিমা। কেনে জসীম! প্ৰাণীতত্ব। এই তৰ বিশ্বাস এই যে মাফুহে যিমান বিজ্ঞানৰ উন্নতি সাধন কৰে সিমান স্ব ডাবৰ কাৰ্য্য-কলাপবিলাক দেৰি তাৰ উৎপৰিৰ কাৰণ হিৰ কৰিব পাৰি মানু হৰ বোধগম্য নোহোৱ। ঈশ্বৰৰ সসীম গ্যতাৰ প্ৰতি জাহ কমি আহে, দিখান মাথুহে ঈশ্বৰৰ সমকক্ষ হব পাৰিব বুলি আশা কৰে। এই বিখপট অমূলক, কাৰণ ডাঙ্গৰ ডাঙ্গৰ বিন্ধানবিং পণ্ডিতসকলেই কৈছে যে বিমান বিজ্ঞানৰ বাটত জগ বঢ় যায় সিমান পৰমেশ্বৰ সৃষ্টি কৌশল বুজিব পাৰি, তেওঁৰ মসা ধাৰণ বুদ্ধি আক ক্ষমতাৰ চিনাকি পোৱ। যাৰ আক তেওঁৰ তুলনাত আমি যে কিমান নিকষ্ট তাকো মৃগৰকৈ বুজা যায়। বৈজ্ঞানিক কল্পনাৰ বলত আনি জ ডজগতৰ পৰিবনেবিলাকৰ আদি অন্ত বিচাৰি উলিয়াইছে। এই কৱনাৰ সহায়তে আমি পৃথিবী, হুৰ্ঘ্য প্ৰভৃতি সৌৰজগতৰ গ্ৰহবিলাকৰ প্ৰথমাৱস্থ। কেনে জ। fছল তাক জানিব পাৰিছো। অ কল কল্পনাৰ ওপৰতে আমাৰ বৈজ্ঞানিক শিক্ষা পোৱা নাই। উৰাতিৰ সোতত নিঙে ন ন যৈতামিক বৰিলাৰৰ আৰিজাৰ হব লাগিছে। যেই যন্ত্ৰবিলাকৰ কামৰ দ্বাৰাই জলি পণ্ডিতসকলৰ আখমাৰোৰৰ সত্যতা প্ৰমাণ কৰি চাইছে। এই এটাইবিলাক সাধাৰণ কথা। আন এইবিলাকৰ কথা এৰি অকল পৃথিবী সম্বীৰ কথাবোৰ আলচ কৰিয়েই তধা মানিব লাগে। পৃথিবীৰ বিৱৰণ সম্পৰ্কে এটি ঘাই প্ৰশ্ন এই যে পৃথিবীত প্ৰাণীৰ সৃষ্টি কৰ পৰা হল? অ ভৰস্তৰ যোগত প্ৰাণৰ উদ্ভৱ হৈছে নে, ই এক পৰমেশ্বৰৰ সৃষ্টি এই কথ। বৰ গু৭ সাব ই আমাৰ জালোচনাৰ ভি ভৰৰ নহয়। প্ৰাণ কি বলা