________________
সাহিত্য-সংগ্ৰহ। নি এটাৰ ৰস কোষত সোমায়, সেই ৰস ইটে। কোষৰ পৰা সিটো কোষলৈ যায়, এই দৰে গোটেই গতে ৰস সঞ্চালিত হয়, ৰস সঞ্চালিত হলে গছৰ প্ৰত্যেক কোষে সেই ৰসৰ পৰ। বল পায় আৰু বৃদ্ধি পায়। আকৌ গছৰ . পাতত এটি চমংকাৰ কৌশল আছে। চেতন প্ৰাণীৰ গাত যেনেকৈ লোমকুপ আছে, তেনেকৈ উদ্ভিদৰ পাতৰ মাজে মাজে ফুটা আছে। সেই ফুটাবিলাকেৰে বা সোমা, বায়ু সোমালে সেই ৰায়ুৰ পৰা উদ্ভিদে তাৰ লাগতীয়াল অঙ্গা গ্ৰহণ ঋৰি ৰাখে। অদৰকাৰী অন্নদান আকৌ সেই সি কাৰে উলিয়াই দিসে, সেই অনুজান বায়ুৰ লগত মিহলি হয়। এই দৰে গৰ কোনে ইতি, বৃ,ি বিক। প্ৰাপ্ত হয়; কোষৰ উৎপত্তি, বৃদ্ধি, বিকাশ হলেই, শ প শাহ, পা ওৰ পৰা ফুল, ফুলৰ পৰা ৩টা ইত্যাদি গছৰ জীৱনী কাৰ্য সম্পাদিত। চেতম প্ৰাণীৰ মুখ আছে, এই মুখেৰে বহিৰ্জগতৰ পৰা বহু খায়। এই যন্ত মুখ শাৰু আৰবাহিণী নলীৰ সহায়ত পেটত পৰে। পেটত ৰাসায়নিক ক্ৰিত এই বৰ পৰিবৰ্তন হয় , লাগায়াল ভাগ তেলৈ পৰিণত হয়, সেই তেজ নাড়ীয়ে নাড়ীয়ে সঞ্চালিত হৈ শৰীৰৰ সকলো অঙ্গকে অৰ্থাৎ শৰীৰ সকলো কোষকে সীৰ ৰাখে, আৰু অদৰকাৰী ৰবিলাক মল- মূৰেপি, উলিয়াই দিয়ে, আকৌ লোমকূপে শৰীৰৰ দূষণীয় পদাৰ্থবিলাক ধামৰূপে। বাহিৰ হয়। নাকেৰে আমি উশাহ লওঁ , সেই উশাহতে আমাৰ হওঁকালৈ বায়ু প্ৰবেশ কৰে। এযু প্ৰবেশ কৰি শিৰা প্ৰণালীয়ে শৰীৰৰ সকলো আগৰ পৰা টানি আনি গোটাই থোৱা দূষিত তেজক শুৰু কৰে; তা হলেই সেই পে আকৌ সঞ্চালিত হয়। দুষিত পদাৰ্থ অঙ্গাৰ আকে। নিশাহত ওলাই আহি ৰায়ুৰ লগত মিহলি হয়। পুনৰ এই অগাৰু শ্ৰহণ কৰি চেতন প্ৰাৰ উপযোগী অয়ন উলিয়াই দিয়ে। এতিয়া দেখা গেল যে উদ্ভিদ চেতন বাণৰ উপযোগী, আৰু চেতন প্ৰাণ উৰি উপযোগী। এই দৰে সংসাৰৰ সকলো বস্তুৱেই পৰম্পৰ পৰস্পৰৰ উপযোগী। মুণও সকলো বৰ প্ৰায় একে; ক্ৰিয়া আৰু গুণ ভেৰে বেলেগ বেলেগ শৰীৰত বেলেগ বেলেগ ক্ৰিয়া আৰু গুণবিশিষ্ট হয়। যি জন পুৰুষ এই সৰ এই অসীম ৰক্ষা ও • কুলো বকেই পৰস্পৰ পৰস্পৰৰ উপযোগী।