পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সাহিত্য-সংগ্ৰহ। “টপ্লেজমে পোনেই অবৰণ জেদ কৰি আদি কোষৰ পৰা ওলাই নতুন আকাৰ আৰু নতুন গুণবিশিষ্ট হয়। এমিৰ নামেৰে এবিধ চেতন প্ৰাণী ছে, এই চেতন প্ৰাণীতেই কোষৰ এই প্ৰকাৰ উৎপত্তি আৰু ৰূপান্তৰ দেখা যায়। উক্তিগত যেতিয়া গছৰপৰা পাত হয়, পাতৰ পৰা ফুল হয়, লৰ পৰা গুল হয়, তেতিয়া কোষে এই দৰে উৎপত্তি আৰু ৰূপান্তৰ পায়। হয়ত বাজে ও “জুস্পৰ নামেৰে এবিধ , চকুৰে মণিব নোৱাৰা, উদ্ভিদ আছে, সেই উদব বা বিকাশ এই নিয়মেই হয়। দ্বিতীয়, দুট। আদি কোষৰ জলীয় পদাৰ্থ সংযোগ হৈ এটি নতুন কোষ উৎপত্তি কৰে। চেতন প্ৰাণৰ কোষৰ আৰৰণ প্ৰায় নথকাৰ বাবে এট। কোষৰ “টপ্লেজম” আন এটাৰ লগত মিহলি হবলৈ একো কষ্ট নাই। উদ্ভিদৰ কোষৰ টাকোন খনি থকাৰ নিমিত্তে—“প্ৰটপ্নেজম” বেগেতে লগ। গ হব। নোৱাৰে। প্ৰথমে ঢাকোন গনি ফুটাই লৈ শেহত দুয়ো সংযোগ হয়, সংযোগ হলেই এই নতুনকৈ সৃষ্ট হোৱা কোষ বিশেষ আকাৰ আৰু গুণবিশিষ্ট হয়। ৬ জৰ ১ খুলৰ পৰাগ কেশৰৰ ৰে। গৰ্ভকেশৰৰ ৰেণুত মিল হৈ যি বীজ ইয, এ ধই এই নিয়মৰ জ ল্যমান প্ৰমাণ। চেতন প্ৰাণীজগতত এই নিবম সই দেশ। যায়। *ী বা পুৰুষ-বীজ সযোগ হলেই, সন্তানৰ মূল কণাটিৰ উৎপও হয়। সেই কণাৰ বৰি বিকাশ ও সন্তানৰ উৎপত্তি হয়। একোটা অব কোষ কাটি চাৰি পাচট। নতুন কোষৰ উৎপত্তি হয়। কোষৰ ভিতৰত * জলীয় পদাৰ্পটিৰ সংসাৰৰ থিক বস্তুৰ ইংযোগ আকাৰ বৃদ্ধি হয়, আৰু আকাৰ বৃদ্ধি হলেই ফাটি উঠে। এটি ৪৫ ভাগে বিভক্ত হয়, আৰু প্ৰত্যেক ৬াগৰে পৰা নতুন নতুন একটা কোষ উৎপত্তি হয়। “প্ৰটপ্লেজমটি” ফটাৰ পূবেই কোষৰ ভিতৰত থক। জীৱন্ধুটিও ৪৫ ভাগে বিভক্ত হয়, আৰু প্ৰত্যেক ও টপ্লে লৈকে এবাৰ একো একোটি কণা যায়। সেই কণা বৃদ্ধি বিকাশ হলে আকৌ সেইবিলাক কোষৰে পৰা সেই প্ৰণালীতেই নতুন নতুন কোষ ওপৰে। উদ্ভিদ জগতৰ কোৰ বেচি ভাগ এনেকৈ উৎপত্তি বুদ্ধি আৰু বিকাশ পায়। কেন এই জগতৰ শেষে এই নিয়মে বুদ্ধি বিণ উৎপত্তি এয়েই নেপায়। সেই কাৰণে উদ্ভিদ গতত গছৰ ডাল মূল কাটি আনি লেও তাৰেপৰা নতুন এলোপ! গছৰ সৃষ্টি হয়; চেইন প্ৰাণী জগতত কোনো