পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চেতন প্ৰাপ্ত আৰু উদ্ভিদৰ পাৰ্থক্য কি? ১ থিৰ কৰিছিল। কিন্তু আজি কালি এইটোও প্ৰমাণ হৈছে যে কুশৰ" “জাদৰমালতী” কাহাৰী পাদপ” ইত্যাদি কিছুমান উদ্ভিদৰৰ সামান্য গতিশক্তি আছে। কাজে কাজেই এই বিষয়েও উদ্ভিদ আৰু চেতন প্ৰাণীৰ মিল ওলাই পৰিছে। সাধাৰণঃ জানিব। উদ্ভিদৰ গতি নাই, চেতন প্ৰাণী। গতিবিশিষ্ট। উদ্ভিদ জগতৰ কোষৰ ভিতৰত এটমে ” জীৱাৰ ইত্যাদিত বাজে “ৰিফিল” নামে এবিধ পদাৰ্থ আছে। এই কৰিফিলেই উদ্ভিদ জগতক সেউজীয়া ৰং দিছে, আৰু এই বন্ধুৰ গুণতেই উদ্ভিদে মাটিৰ পৰা টানি লোৱা ৰস আৰু কৰণ কৰা ৰায়ুৰ পৰা তাৰ আগতীয়াল বন্ধু আৰক, পানী আৰু ক্ষাৰজান এই মূল তিনটি পদাৰ্থ উলিয়াই লব পাৰে। সেই দেখি উদ্ভিদ জগতৰ নাক, মুখ, পেট, শিৰা, নাড়ী ইত্যাদি যন্ত্ৰ নই। কোৰতে এই দৰে ৰহিৰ্জগতৰ বহু মিল হৈ কোষৰ উৎপত্তি, বৃদ্ধি, ৰিকাশ কৰে। চেতন প্ৰাণী জগতৰ কোৰৰ ভিতৰত এই পদাৰ্থটি নাই, সেই কাৰণে চেতন এ কোৰে উৰি দৰে কেৱল ৰায়ু পানীৰে পৰা বৃত্তি প্ৰাপ্ত হন নোৱাৰে; সংসাৰৰপৰা খাদ্য ৰ লয়। সেই খাদ্য বা মুখ, পেট ইত্যাদিৰ সহায়ত শৰীৰৰ ভিতৰলৈ যায়। তাই বিশেষ বিশেষ যন্ত্ৰ প্ৰণালীৰ সহায়ত ৰূপান্তৰ হৈ তেজত পৰিণত হয়, তেজেহে সপালিত হৈ কোষক নতুন পদাৰ্থ দিয়ে। কিন্তু “কৰিকিল ব স্বৰ্জিত অনেক উদ্ভিদ আছে, সেইবিলাক উদ্ভিদে আকে। “কৰিফিল” নোহাৱাকৈয়ে বন্ধিত হয়। এই দুয়ো জগতৰ কোষে উৎপত্তি। আৰু বৃদ্ধি হবলৈ প্ৰথমে নিজ নিজ উপায়ে বহিৰ্জগতৰপৰা সিহঁতৰ উপযোগী। অনুকৰণবিলাক লৈ উৎপত্তি, বৃদ্ধি, বিকাশ পায়। এতিয়া কোষনে। কেনেকৈ উৎপত্তি বৃদ্ধি বিকাশ পায় দেখা যাক। | প্ৰথম, দুয়ো জগতৰ কোৰৰ ভিতৰত থকা জলীয় পদাৰ্থটিৰ গতি আছে, এই কথা পূৰ্থেই কোৱা হৈছে। এই গতিৰ কাৰণেই পদাৰ্থটি চেতন প্ৰাণ শৰীৰত স্থানচ্যুত হয়, নতুন আকাৰ ধাৰণ কৰে, আৰু সময়ে সময়ে নতুন গুণবিশিষ্ট হয়। চেতন এপৰ শৰীৰত কোষৰ এই পৰে পৰিবৰ্তন আৰু ৰূপান্তৰ বোৰ এতেই গোপৰ মই মহা উপা,ি উপাৰিৰ পৰা অতি ইত্যাদি উৎপাদন হয়। উদ্ভিদ জগতৰ কোষৰ আবৰ থকাৰ নিমিতে,