________________
আত্মশিক্ষা। তত পাব। ? কিন্তু এবাৰ গুৰি কাটি দিলে গুটিৰ ওচৰলৈ নোযোৱা কৈয়ে তোমাৰ অন্তী সিদ্ধ হব। সকলো গহিত কামৰে গুৰিটো বিচাৰি গৈ তাতে কুঠাৰ লগাব লাগে তেহে আত্মশিক্ষা নিয়ম মতে হয়। আমি যেই সেই বেয়া কাম কৰিলে তাক কৰাত নো ঈশ্বৰৰ কোন অজ্ঞা লঙ্গন হল, সেইটো চাষ : লাগে, আৰু সেই অজ্ঞা বুজিবলৈ আৰু পালন কৰিবলৈ উপায় চিন্তিব লাগে, ইয়াকে কৰিলেই দোষৰ গুৰিতে কুঠাৰ দিয়া হব, এক এক শ্ৰেণীৰ বেয়া কাম লোপ পাবলৈ বাধা হব। এতেকে আত্মশিক্ষা অভ্যাস কৰোতে আমাৰ কামবিক এটা এটাকৈ নধৰি সেইবিলাকৰ মূলসূত্ৰ কি তাক বিচাৰি উলিয়াই লব লাগে; আৰু কিমান দিনৰ মূৰত একোটা বেয়া কামকে ঘূৰাই কৰিলে। বা তাক কৰিবলৈ প্ৰলোভন কি পৰিমাণে বাঢ়িল বা টুটিল ইয়াক নেচাই ঘাই বিপৰ শক্তি কিমান বাঢ়িছে ব, টুটিছে কহে চাব লাগে। আদি বিপু কেইটাক টিপ: মাৰি ধৰিব পাৰিলে আৰু সিহঁতক উকাবলৈ নিদি নষ্ট কৰিবৰ চেষ্টা কৰিলেহে অত্মশিক্ষা নিয়ম মতে হব পাৰে, উন্নতিও চিৰস্থায়ী হব পাবে। ইয়াক কৰাৰ এটা প্ৰধান উপায—যি দোষৰ বিপৰু যিটো গুণ তাৰ চৰ্চা কৰা। কোনো দোষৰ বিৰোধী গুণটো বঢ়াব পাৰিলে সেই দোষ কমিবই লাগিব। সৰ্চ। কললৈ শিকিলেই মিছা নকবলৈ শিকা হব, ক্ষমা শিকিলেই ক্ৰোধ যাব-পৰিশ্ৰম কৰিবলৈ শিকিলেই এলহ যাব। একেটা বস্তুতে একে বিধৰ দোষ গুণ দুইটা হব নোৱাৰে, বগা বেচি কৰা মানে কলা কমিব। আমাৰ কাৰ্যবিলাকৰৰ সেই দৰে সিহঁতক ভাললৈ আনিব খোঙ্গা মানে বেয়শুণ কমি যাব। অকল বেয়াকে নকৰে বুলি থাকিলে নহয়—ভাগ কৰিম বুলি প্ৰতিজ্ঞা কৰিব লাগে আৰু সেই অনুসাৰে কৰিব লাগে। ইয়াক কৰিবৰ এটা প্ৰধান উপায়—কোনো এটা দোষ কৰিবলৈ প্ৰলোভন যিবিলাক ভূল থাকে তাক এৰা। এটা বেয়া খাৱ থাকিলে তাক গুচাবলৈ হলে যি ঠাইত বা যি সঙ্গত সেই স্বভাৱৰ কাৰ্য্য হব পাবে তাক এৰি যত তেনে কাৰ্য হব নোৱাৰে তেনে ঠাই বা সঙ্গ বিছাৰি ললে সুবিধা নংবনে? নিজৰ কৰ্তব্য নকৰাটো তুমি পাপ বুলি আনিছা আৰু তুমি তোমাৰ কৰ্তব্য নকৰাৰ বাৰে তোমাৰ মনত আত্মনিল। আৰু কৰ্তব্য কৰিবলৈ শিকাই তোমাৰ ই হৈছে, তেন্তে কি মানুষ নিজ কৰ্তব্য অবহেলা কৰা দত্ত আছে