পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

২৫ এ কাজ কৰিব লাগে, আৰু ঈশ্বৰৰ চৰণত চিন্তক উছগি দি অকপটে ভিক্ষা মাগিব লাগে। ৰৰ গোচৰ একো নহয়; তোমাৰ যিমান ভক্তি আৰু তেওঁক খোজা বহু পাবলৈ তোমাৰ ইচ্ছা কিমান এল তা ঈৰে বেছকৈ বুজে। কপটতা মানুহহে কৰিব নেপায়-ঈশ্বৰকতি কৰোতে কপটত কৰা কি জন্য মন কৰি চোৱাচোন। আত্মশিক্ষা আৰু এটি দোষ অনেকে কৰে। শিক্ষা আৰ হওঁতেই বা অলপ মাখোন হওঁতেই অনেকৰ আত্মবিশ্বাস এটি জন্মে। অৰ্থাৎ নিজৰ শেষ দেখি মনত এই নে ভাববিলাফ হয়, তাতে সেই ভাব অনুযায়ী কাম কৰি কিছুদিন চালয়েই অনেকে যহত হল বুলি ভাবে জৰু তাৰপৰা আগ বাটিৰ নোখোজে যা নোৱাৰে। তাতে অনেক বিশ্বাস হয় যে জানিব লগা জন আৰু কৰিব লগা কৰা হল; ভাবে ইমান কথা কোনে গুণিহে বা ইমান কাম কোনে কৰিছে। তেওঁবিলাকৰ নিচি। কত কত মানুহে নিজৰ দোষকে দেখিবলৈ পোৱা নাই, দেখি কতই এৰিব পৰা নাই, এনেবোৰ ভ ব কৰি দোষেৰেই ভৰা জপ এখনি মনতে কল্পনা কৰি লৈ নিজে যি ফেৰা কৰিলে তাতে জানত বিভোৰ হৈ আত্মশিক্ষাৰ উচ্চশিখাই উঠিলগৈ বুলি ভাবে। অৰ্থাৎ নিজৰ উন্নতি দেখিয়েই হল লোকৰ হীনতা দেখিয়েই হক কি দুয়ো কাৰণৰ ভাৰ গোটখায়েই হক মনত এটা অতিৰিক্ত আনন্দ বা অহাৰ জমি আত্মশিক্ষাৰ বটত টা দিয়ে। লোকক চীন যেন দেখাই যদি এই আনন্দৰ কাৰণ। তেনেহলে সি যে এটা ভাজৰ দোষ তাক কোৱাৰে আৱশ্যক নাই। কিননা, সি এবিধ দম্ভ, আৰু মত গন্ত ৰাখি আত্মশিক্ষা কৰিব খোজা বিড়ম্বনা মাখেন। তদুপৰি এনে কথাত দন্ত কৰাও কাঠচিতীয়াৰ চিন নহয় নে? যদি , এইটি যেনে ঘৃণাৰ যোগ্য, সিটিও তেনে ঘৃণাৰ মোগ্য। লোকৰ হীনতাৰে সম্পৰ্ক নৰখাকৈ নিৰ উন্নতি অনুমান কৰিয়েই মনত এটি সন্তোষ জমে; কাৰণ, নিজৰ ভাল হলে মনত ভাল লাগে, ই স্বাভাবিক কথা। কিন্তু বৰ প্ৰৱল হলে আজই হানিৰ পথলৈহে নিয়ে। সেই গুণে এই বিষয়তো আনলক সীমা এৰি যাবলৈ দিলে সি খালত হে পেলায় গৈ। আৰু নিয়ম মতে চালে ইয়াত অকল আনলই হোৱা উচিত নহয়। আনন্দ কৰিবৰ বিশেষ কানে কি? তোমাৰ এটি দোৰ আছিল তাকে দেখিলা বা দেখি এৰিকা;