________________
মানৱতি সভ্যতা। মানুহবোৰে অকল সুবিধা আৰু কাৰ্থৰ বাবে পৰস্পৰৰ মাত সাৰ ৰাখে এনে নহয়। ৰাণিজ্যৰ কাৰণে নানা দেশত ফুৰি মানুহবিলাকৰ মন মূফলি হয়, চুসংস্কাৰৰ নিচিনাবলী আঁতাত মন ফাকাল হয়। কুসংস্কাৰ সকলো কম বিষাদ আৰু অনৈক্যৰ মূল। সি জাতৰিলে ফলৰ কাৰ নোহাৱা হয়। তেতিয়া মানুহৰ মাজত সম্মিলন হবলৈ ধৰে। বৰ্মৰ জৰীৰে বন্ধ গায়ে যত মানুহে পৰস্পৰৰ মাজত সম্ভাৱ ৰাখে। কিন্তু কালত সেই ৰাগ ঠেক হৈ গলে, সমাজত বিপৰীত ভাৱ হৈ উঠে: পৰস্পৰৰ মাজত ভিৱৰ পৰিবৰ্তে সমাজত কদল তেতিয়া আৰু বাঢ়ে। সাম্যভাৱ আৰু স্বাধীনতাৰ বিষয় একে ঠাইতে আলচ কৰিব পাৰি। আগেয়েই কোৱা হৈছে, অভিব্যক্তিৰ নিয়ম অনুসাৰে সমাজ সহজাৱস্থাৰ পৰা কুটিলাৱস্থালৈ যায়। সমাজত কৰ্মবিভাগ হৈ পৰে। অৰ্থাৎ বেলেগ বেলেগ কামৰ নিমিত্তে বেলেগ বেলেগ মানুহ নিযুক্ত হয়। মানুহবিলাকৰ মাজত পৰস্পৰৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰা আৱশ্যক হৈ উঠে। প্ৰাণীৰ অতি ব্যক্তিত যেনেকৈ অঙ্গহীন পিতাফাৰ জীৱৰপৰা সন্ধিযুক্ত নানা অঙ্গপ্ৰত্যঙ্গ থকা জীৱ হৈছে, সমাজৰ অভিব্যক্তিতত সেইৰূপে সমাজত প্ৰথমে মানুহবোৰে নিজে নিজে আপোৰ সকলোবিলাক আৱশ্যকীয় কাম সাধি লয়, ইটোৱে সিটোৰ কাৰ্যত সহায়তা নকৰে; পাচত কামবিলাকৰ বেলেগ বেলেগ ভাগ হে প্ৰত্যেক ভাগৰ কাৰণে বেলেগ বেলেগ শ্ৰেণীৰ মানুহ লগোৱা হয়। তেতিয়া সমাজৰ অঙ্গ হয়। প্ৰাণীৰ যিমান উন্নতি হয় সিমান অঙ্গ বাড়ি এটা অঙ্গৰ অৱস্থাৰ ওপৰত আনবিলাকৰ অৱস্থা নিৰ্ভৰ কৰে, সিমান অঙ্গবিলাক সিহতৰ আৱশ্যকীয় হৈ উঠে। সমাজৰৰ সেইদৰে নানা অঙ্গ বাঢ়ি অৱশেষত সমাজৰ জীৱনৰ কাৰণে প্ৰত্যেক অঙ্গ আৱশ্যকীয় হৈ উঠে। কিন্তু সমাজৰ এই অভিব্যক্তিৰ গতিত এটি বিপদ উপস্থিত হবৰ আশঙ্কা সদাই হয়; আৰু আগৰে পৰা সাৱধান নহলে সেই বিপদ যথাৰ্থতে এটি সমাজক লাওলোৱা কৰে। সেই বিপদটি, সমাজত সাম্যভাৱৰ বিনাশ। কিন্তু কেনে কাৰ্যৰ গতিত পৰি এই বিপদৰ আশঙ্কা উপস্থিত হয়? আমি জানো, সমাজৰ আদিম অৱস্থাত মানুহৰ মাত প্ৰত্যেক পৰিয়ালেই একোট। সমাজ হৈ পৰে। পৰিয়ালৰ বয়সীয়াল মাস্ত মানুহটিয়েই, অনবিলাক