পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মায় পিয়া C.LO.M. চকুযুৰি হৈছে আমাৰ শৰীৰৰ অতিকে আৱশ্যকীয় তথা গুৰুত্বপূর্ণ অংগ। চকুহালৰ জৰিয়তে আমি এই মনােমােহা পৃথিৱীখনৰ সৌন্দর্য উপভােগ কৰিব পাৰোঁ। সেই কাৰণে চকু দুটা সুস্থভাৱে ৰখাটো আমাৰ প্রধান কর্তব্য। চকুত বহু বেমাৰ হােৱা দেখা অন্যতম যায়। তাৰ ভিতৰত মায়’পিয়া (myopia) জন্মগত মায় পিয়া বা নিকটদৃষ্টি হৈছে অন্যতম। এই ৰােগত জন্মগত মায়’পিয়া (congenital) জন্মৰ আক্রান্ত হােৱা ৰােগীয়ে ওচৰৰ বস্তুবােৰ সময়ত দেখা পােৱা যায় যদিও দুই তিনি ভালদৰে দেখা পাই কিন্তু দূৰৰ বস্তু বছৰ বয়সতহে ধৰা পৰে। বেছি ভাগ। ভালদৰে দেখা নাপায়। ইয়াৰ ফলত সময়ত এটা চকুহে আক্রান্ত হােৱা দেখা দৈনন্দিন জীৱনত বহুতাে অসুবিধাৰ যায় যদিও কেতিয়াবা কেতিয়াবা দুয়ােটা সন্মুখীন হােৱা দেখা যায়। সাধাৰণতে চকু ও আক্রান্ত হয়। ইয়াৰ ফলত কোনাে এটা বস্তুৰ ওপৰত পােহৰ পৰিলে কেতিয়াবা শিশুৰ চকু বেঁকা হােৱাও দেখা তাৰ পৰা সেই পােহৰৰ ৰশ্মি প্রতিফলিত যায়। এই ধৰণৰ মায় পিয়াৰ লগত হৈ আহি আমাৰ চকুত পৰিলে আমি সেই কেতিয়াবা কেতিয়াবা চকুৰ আন বস্তুটো দেখা পাওঁ। যিকোনাে বস্তু বা বিসংগতি কিছুমানাে হােৱা দেখা যায়, পদাৰ্থৰ পৰা প্রতিফলিত হৈ অহা পােহৰৰ যেনে— চকুত ছানি পৰা {cataract), ৰশ্মি প্ৰথমতে চকুৰ কর্ণিয়া বা কলা চকুৰ আকাৰ সৰ হােৱা (microph অংশত পৰে। তাৰ পৰা ক্ৰমে lens আৰু thalmia), ডাঙৰ আকাৰৰ কর্ণিয়া vitreous-ৰ মাজেৰে ৰেটিনাত পৰি {megalocornea) ইত্যাদি। জন্মগত অপ্টিক নাৰ্ভৰ মাধ্যমৰে মগজুলৈ সংকেত মায়’পিয়াৰ চিকিৎসা অতি সােনকালে প্রেৰণ কৰে, যাৰ ফলত আমি বস্তু এটা কৰাটো জৰুৰী। নহ'লে ই শিশুৰ মানসিক ভালদৰে দেখা পাওঁ। মায়'পিয়া ৰােগত বিকাশত বিৰূপ প্ৰভাৱ পেলায়। আক্রান্ত ব্যক্তিৰ ক্ষেত্ৰত পােহৰৰ সাধাৰণমায়’পিয়া ৰশ্মিসমূহ ৰেটিনাত নপৰি তাৰ কিছু সাধাৰণ মায় পিয়া (simple আগত পৰে যাৰ ফলত দূৰৰ বস্তুবােৰ myopia) সাধাৰণতে বেছিকৈ হােৱা দেখা বােধগম্য হােৱাত অসুবিধাৰ সন্মুখীন হয়। যায়। চকুৰ বিকাশৰ তাৰতম্যৰ ফলত এই ৰােগ বিভিন্ন কাৰণত বা বিভিন্ন এইবিধ মায় পিয়া হােৱা দেখা যায়। প্ৰকাৰৰ হােৱা দেখা যায়। তাৰ ভিতৰত সাধাৰণতে ৮-ৰ পৰা ১৫ বছৰ বয়সৰ তলত উল্লেখ কৰা প্ৰকাৰ বা ধৰণসমূহ শিশুসকল বেছিকৈ আক্রান্ত হয়।