পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু সেইমতেই মগজুৱে ভাল বেয়া গােলকৈ কাটি লগালেও চকু শীতল হৈ বিচাৰ কৰে। বহু ক্ষেত্ৰত চকুযুৰি চাইয়ে থাকে। মানুহৰ আচৰণৰ বিষয়ে ধাৰণা কৰিব ২। এক চামুচ ত্রিফলা পাউদাৰ পাৰি। চকুযুৰি বাহ্যিক সৈন্দর্যৰ কাৰণেও আৰু এক চামুচ যষ্টিমধু পাউদাৰ এক অতি গুৰুত্বপূর্ণ। লিটাৰ ঠাণ্ডা পৰিস্কাৰ পানীত এক ৰাতিৰ কিন্তু অতি পৰিতাপৰ কথা যে কাৰণে তিয়াই থওঁক। ৰাতিপুৱা পানীখিনি বেছিভাগ সময়তে আমি চকুযুৰিৰ যত্ন ভালদৰে চেকি লৈ চকু ধুলে দৃষ্টি শক্তি নলও বা অৱহেলা কৰোঁ। সেইকাৰণে বৃদ্ধি পায়। তাৰােপৰি চকু ৰঙা পৰা, চকুত কোৱা হয় যে Eye is the most vital but পানীৰ পৰিমাণ কমি যােৱা, বিভিন্ন ধৰণৰ most neglected organ of the body। বীজাণুৰ সংক্রমণ আদিতাে ই ভাল কাম আমি লিভাৰ, কিডনী আদিৰ বিষয়ে। কৰে। যিমান সচেতন, চকুৰ বিষয়ে সিমাননহয়। ৩। সেউজীয়া ধনীয়া পাত আধুনিক জীৱন শৈলীৰ কাৰণে ভালদৰে পৰিস্কাৰ কৰি তাৰ ৰস উলিয়াই প্রাপ্তবয়স্ক সকলৰ লগতে শিশু সকলকো দৈনিক এক টোপাল কে চকুত দিলে দৃষ্টি বিভিন্ন ধৰণৰ চকুৰ ৰােগত আক্রান্ত হােৱা শক্তি বৃদ্ধি পায়। দেখা যায়। অপৰিস্কাৰ পৰিৱেশ, ৪। সুমথিৰা টেঙাৰ ৰসৰ লগত wote TV, mobile phone, laptop সৈন্ধৱ নিমখ মিহলাইখালে দৃষ্টিশক্তি ঘূৰি আদিৰ ব্যৱহাৰ, ভিটামিন A, C, E আদিৰ আহে। অভাৱ, মধুমেহ, উচ্চ ৰক্তচাপ আদি ৫। দৈনিক আমলখি খাব লাগে। ৰােগৰ প্ৰভাৱ আদিৰ ফলত চকুৰ দৃষ্টি ইয়াত থকা ভিটামিন C য়ে চকুৰ বিভিন্ন শক্তি হানিকে আদি কৰি বিভিন্ন ধৰণৰ ৰােগ প্ৰতিৰােধত সহায় কৰে। চকুৰ বেমাৰ হােৱা দেখা যায়। অত্যাধিক ৬। ৰাতিপুৱা সদায় গাখীৰৰ লগত ধূপান, সুৰাপান আদিও চকুৰ দৃষ্টিশক্তিৰ কেচা বাদাম খােৱাটো নেত্রৰ কাৰণে অতি কাৰণে অতি অপকাৰী। গতিকে আমি উপকাৰী। সকলােৱে চকুহালৰ যতন লােৱাৰ ৭।বগা পিয়াজৰ ৰস এক টোপাল। উপৰিও দৃষ্টিশক্তি বজাইৰাখিবলৈ যত্নপৰ কে চকুত লগালে চকুৰ চানি পৰা ৰােগ হােৱা উচিত। সহজে নহয়। তলত উল্লেখ কৰা বিভিন্ন উপায় ৮। ৰ’দত বাহিৰত ওলালে সদায় সমূহ ব্যৱহাৰ কৰি চকুৰ বহুতাে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি, লগতে কিছু ইসূৰ্য্যৰ পৰা নিৰ্গত হােৱা অতি বেঙুনীয়া চশমা বা sun glass পৰিধান কৰিব লাগে। পৰিমাণে দৃষ্টিশক্তি বজাইৰাখিব পাৰি— (UVray) ৰশ্মি চকুৰ প্ৰবেশত বাধা প্রদান ১। চকুহাল সদায় ঠাণ্ডা কৰি কৰি চকুক স্বাস্থৱান কৰিৰাখে। ৰাখিব লাগে। ইয়াৰ কাৰণে পৰিস্কাৰ ইয়াৰ উপৰিও চকু সুস্থকৈ কাপােৰত বৰফৰ টুকুৰা বান্ধি লৈ চকুত ৰাখিবলৈ বিভিন্ন ধৰণৰ চকুৰ ব্যায়াম প্রয়ােগ কৰিব পাৰে। তিয়হ গােল কৰিব লাগে।