পৃষ্ঠা:Su swasthyar aadhar.pdf/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২) খুতৰাশাকঃ আয়ুর্বেদততণ্ডুলিঅর্থাৎ খুতৰা শাকৰ বিস্তৃত বিৱৰণ আছে। প্রটিন, কেলচিয়াম আৰু বিভিন্ন উপদান থকা খুতৰা শাককলেষ্ট্রল আদি সমস্যাত উপকাৰী।চুলি সৰা, অকাল পক্কতা আদিতাে খুতৰা শাক খালেসুফল পােৱা যায়। ১৩) হাতীখুতঃ এই বিধ খুৰা কাঁইটীয়া প্রজাতিৰ। মুত্রনজনন হােৱা বাবে প্ৰসাৱৰ সমস্যা, উদৰ ৰােগ, পেটৰ বিষ আদিত উপকাৰী। ১৪) মধুসুলেং ও টেঙা সােৱাদ থকা মধুসুলেং, দাইল বা মাছৰ টেঙাবনােৱাতব্যৱহাৰ হয়।ই পেচাবৰ সমস্যা, ডিচেন্ট্রি, জণ্ডিজ আদিত উত্তম। ৪১