পৃষ্ঠা:Su swasthyar aadhar.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮) উপয়ােগসংস্থা (Rules ofuse) হিমালয় বা নাতিশীতােষ্ণ জলবায়ুৰ অন্যান্য ঠাইত উৎপত্তি হােৱা খাদ্য বা ১)প্রকৃতি ও প্রকৃতি হ’ল বিভিন্ন খাদ্য ঔষধি দ্রব্য কম বৰষুণ হােৱা মৰু সদৃশ ঔষধি দ্ৰৱ্যই স্বাভাৱিকতে যি গুণ লৈ ঠাইত উৎপন্ন হলে তাৰ গুণৰ পার্থক্য আহে। যেনে মাটিমাহ গুৰু, মগুমাহ-লঘু, থাকে। গাঁহৰীৰ মাংস গুৰু আৰু হৰিণ, ছাগলী আৰু চৰাইৰ মাংস লঘু ইত্যাদি। ৬) কাল ঃ কাল নিত্যগ আৰু আৱস্থিক ভেদে দুই প্রকাৰৰ। ২)কৰণ কৰণ শব্দৰ অৰ্থ হ'ল সংস্কাৰ। অর্থাৎ বিভিন্ন ঔষধি বা খাদ্যদ্রব্য নিত্যগ কাল - দিন-ৰাতি, ঋতু আদি পানীৰ দ্বাৰা ভালদৰে প্রক্ষালন ৰন্ধনৰ অনুসাৰে আহাৰ সেৱন বিধি বেলেগ বাবে পানী আৰু অগ্নি সংযােগ, মন্থন বেলেগ হয়। যিয়ে শৰীৰৰ স্বাস্থ্য ৰক্ষা, আৰু পৃথকীকৰণ আদি বিভিন্ন পদ্ধতিৰে আয়ুস বৃদ্ধি আদিত সহায় কৰে। খােৱাৰ বাবে উপযুক্ত কৰি লােৱা আৱস্থিক কাল - ব্যাধি অনুসাৰে আহাৰ প্রক্রিয়াক কৰণ বুলি কোৱা হয়। বিহাৰ সেৱন কৰানিয়ম। ৩)সংযােগ ঃ সংযােগ মানে হল ৭) উপযােক্তাঃ আহাৰ সেৱন কৰা মিশ্রণ। বিভিন্ন ঔষধি দ্রব্য বা খাদ্য দ্রব্য ব্যক্তি জনক উপয়ােক্তা বুলি কোৱা হয়। ইটোৰ সৈতে সিটো সংযােগ কৰিব ইয়াক দুটা ভাগেৰে আচাৰ্য সকলে বর্ণনা লাগিলে সেই ক্রিয়া যাতে শৰীৰৰ কৰিছে। অনুকূলে যায় সেই বিষয় লক্ষণীয়। যেনে- মাছেৰে সৈতে গাখীৰ একেলগে ৮) উপয়ােগ সংস্থাঃউপয়ােগ সংস্থা হ’ল খাব নালাগে। মৌ আৰু ঘী একেলগে খাব আহাৰ প্ৰয়ােগৰ নীতি-নিয়ম যেনে তােক নালাগে। মহর্ষি চৰকে বিৰুদ্ধ আহাৰ ১৮ লাগিলে আহাৰ খােৱা আৱশ্যক তথা প্ৰকাৰৰ বৰ্ণনাচৰক সংহিতাত কৰিছে। পূর্বৰ আহাৰ জীর্ণ নােহােৱাকৈ আহাৰ খােৱা হানিকাৰক। ৪) ৰাশি ঃ আহাৰ বা ঔষধি সদায় মাত্রা ওকাত্ম - ব্যক্তিভেদে শৰীৰৰ অনুকুলে। পূর্বক গ্ৰহণ কৰিব লাগে। তাক কেতিয়াও অল্পমাত্রা বা অধিক মাত্ৰাত গ্ৰহণ কৰিব যােৱা খাদ্য বা ঔষধী দ্রব্যক ওকসাত্ম নালাগে। আমি আহাৰ দ্ৰব্য গ্ৰহণ কৰিলে বুলি কোৱা হয়। যেনে- উষ্ণ আৰু শীত বিভিন্ন দ্রব্য মিহলাই একেলগে খােৱাটো বীর্য দ্রব্য একেলগে খােৱা, স্নিগ্ধ দ্রব্য আচার্য্য সকলে সর্বগ্ৰহ আৰু আহাৰ দ্রব্য অধিক মাত্ৰাত যদি খােৱা হয় সেয়া পৃথকে পৃথকে গ্রহণ কৰিলে তাক পৰিগ্রহ হানিকাৰক হিচাপে শৰীৰত দেখা দিয়ে। বুলি বর্ণনা কৰিছে। সেয়েহে উক্ত বিষয় উচিত ভাৱে ৫) দেশ ঃ আহাৰ দ্ৰব্যৰ উৎপত্তি স্থান পর্যবেক্ষণ কৰি আহাৰ সেৱন কৰিলে আৰু যিয়ে যি ঠাইত গ্রহণ কৰে তাক দেশ বিভিন্ন ৰােগৰ পৰা হাত সাৰি থাকিব বুলি কোৱা হয়। খাদ্য দ্রব্য বা ঔষধি দ্ৰব্যৰ পাৰে। গুণ বা প্রকৃতি উৎপত্তি অনুসাৰে ঠায়ে অভ্যাস সাত্ম- যি আহাৰ ঔষধি গ্রহণ ঠায়ে ভিন্ন ৰূপ ধাৰণ কৰে । যেনে- অভ্যাসৰ দ্বাৰা নিজে আয়ত্ত কৰি লােৱা ২০