পৃষ্ঠা:Su swasthyar aadhar.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হাত-মুখ প্রক্ষালনঃ টোপনিৰ পৰা লৰচৰ নকৰাকৈ কিছু সময় ধাৰণ কৰিব

উঠি হাত-মুখ-চকুনাক আদি ভালদৰে লাগে। গন্ডুষ দ্রব্য - ঔষধী দ্রব্য, তেল বিশুদ্ধ শীতল পানীৰে ধুব লাগে। ইয়ে ইত্যাদি। প্রাতঃকালৰ জঠৰতা নাশ কৰাৰ লগতে উপকাৰ - দাঁত আলু মজবুত শৰীৰ আৰু মনত তন্ময় জগায়। কৰে লগতে ডিঙি, জিভা আৰু ওঠৰ ৩৷ মল মূত্র ত্যাগ ঃ ইয়াৰ পিছত কমেও বেমাৰ ভাল হােৱাৰ লগতে মুখৰ দূর্গন্ধ এগিলাচ পানী পান কৰি বেগ উপস্থিত আদিনাশ কৰে। হলে যথাবিধিমল মূত্র ত্যাগ কৰিব লাগে। কবল (MouthWash) ৪। দন্তধাৱন ঃ দিনে দুবাৰকৈ দন্তধাৱন। কেহা ৰসযুক্ত ঔষধী দ্রব্য গম কৰিব লাগে, ৰাতি আহাৰ খােৱাৰ পিছত পানীত উতলাই কুহুমিয়া অৱস্থালৈ আনি আৰু ৰাতি পুৱা শুই উঠি। ইয়াৰ বাবে মুখত ভৰাইলৰচৰ কৰি মুখ পৰিস্কাৰ কৰা জ্বলা, তিতা আৰু কেঁহা ৰসযুক্ত ঔষধি পদ্ধতিক কবল বুলি কোৱা হয়। গছৰ ৬ ইঞ্চি দীঘল ঠাৰি কণিষ্ঠ আঙুলিৰ ইয়াৰদ্বাৰা মুখ তথা কণ্ঠগত বিভিন্ন ৰােগ সমান ডাঙৰ দুধাৱন প্রযােজ্য। নিৰাময় কৰাত সহায় কৰে। দন্তধাৱনৰ বাবে নিম, কৰঞ্জ, খুদি, বন্ধুল আদি গছৰ দাঁতােন ল'ব লাগে। দন্তধাৱনে মুখগহ্বৰৰ ভিতৰত হব পৰা ৰােগ তথা ইয়াৰ বিজাণু নাশ কৰে, মুখৰ বেয়া গােন্ধ নােহােৱা কৰে লগতে দাঁত পৰিস্কাৰ কৰে। ৫৷ জিভা নিলেন বা জিভা পৰিস্কাৰ ঃ বিভিন্ন খাদ্য গ্রহণ কৰাৰ ফলত জিভাত মল জমা হয় আৰু এই মল আতৰ কৰাৰ কাৰণে আয়ুর্বেদত জিভা নিলেন উল্লেখ আছে। ইয়াৰ বাবে ১০ অংগুল দীঘল অঞ্জন (Collyrium)ঃ ৰূপৰ, সােণৰ বা তামৰ জিভা নিষ্কাশক ব্যৱহাৰ সংহিতাত উল্লেখ আছে কিন্তু কিছুমান নির্দিষ্ট শলাকা যন্ত্ৰৰ ইয়াৰ পৰিৱর্তে বর্তমান ষ্টীল নির্মিত জিভা দ্বাৰা চকুৰ পতাৰ গুৰিত (Lid margin) মল নিষ্কাশক ব্যৱহাৰ কৰে। ঔষধি দ্ৰৱ্য প্রয়ােগ কৰা পদ্ধতিক অঞ্জন। বুলি কোৱা হয়। ইয়ে চকুত হােৱা বিভিন্ন গডু (Gargling) এলার্জি জনিত ৰােগ নিৰাময় তথা দৃষ্টি গন্ডুষ হল মুখগহবৰৰ ৰােগ শক্তি অটু ত ৰখাত সহায় কৰে। নিৰাময় কৰাৰ এবিধ পদ্ধতি, মুখত সাধাৰণতে এন্টিমণি, চন্দন, হালধি আদিৰ সম্পূর্ণকৈ গন্ডুষ দ্রব্য ভৰাই দ্রব্যখিনি দ্বাৰাবনােৱা অঞ্জন ব্যৱহাৰ কৰা হয়।

১০