পৃষ্ঠা:Su swasthyar aadhar.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আয়ুর্বেদৰ লক্ষ্য আৰু উদ্দেশ্য (Aims infinity”. বিশ্ব স্বাস্থ্য সংস্থা ১৯৪৮ চনত

and Objectives of Ayurveda) স্থাপিত হয়। ইয়াৰ প্ৰধান কার্যালয় স্বাস্থ্যৱান লােকৰ স্বাস্থ্য সংৰক্ষণ ছুইজাৰলেণ্ডৰ জেনেভা মহানগৰীত। ইয়াৰ অর্থাৎ স্বাস্থ্য ৰক্ষাৰ বিধি-বিধান পালন সংবিধানৰ পাতনিত স্বাস্থ্যৰ সংজ্ঞা ওপৰত 91 (Preventive aspect) 7175 উল্লেখ কৰা ধৰণে দাঙি ধৰিছে। যত পূর্ণ ৰােগাক্রান্ত ব্যক্তিৰ ৰােগ প্রশমন বা স্বাস্থ্য বুলিলে এজন মানুহৰ শাৰীৰিক, নিৰাময় কৰণ (Curative aspect) হল। মানসিক আৰু সামাজিক ভাৱে সুস্থ অৱস্থাক আয়ুর্বেদ চিকিৎসা পদ্ধতিৰ মূল উদ্দেশ্য। গুৰুত্ব দিছে আৰু ইয়াত কেৱল আধুনিক চিকিৎসা বিজ্ঞানেও কৈছে ৰােগহীনতাকেস্বাস্থ্যৱানবুলি ধৰা হােৱানাই।

"Prevention is better than cure"